এইবাৰ যুৱকণ্ঠৰ বিশেষ অতিথি "নেত্ৰজিত বৰা"। তেওঁৰ কণ্ঠই অসমৰ বিভিন্ন প্ৰান্তত নতুন দিগন্তৰ সূচনা কৰিছে।তেওঁ অসমৰ এজন বিশিষ্ট সাংবাদিক , তাৰ্কিক আৰু বক্তা । লগতে নৱপ্ৰজন্মৰ এজন সাহসী প্ৰতিনিধি ।নৱপ্ৰজন্মক প্ৰেৰণা দিয়াৰ লক্ষ্যৰে আমি তেখেতৰ মতামত বিভিন্ন ক্ষেত্ৰৰ জানিবলৈ চেষ্টা কৰিলো। আশা ৰাখিছোঁ তেওঁ আহি থকা দিনসমূহত আমাৰ অসমী আইৰ নাম জিলিকাই লৈ যাওক সংবাদ জগতখনত।