নিঃশেষ

Munmi Chetia


নিঃশেষ


তেওঁৰ স্বাভিমানী হৃদয়খন সাঙুৰিবলৈ নাজানিছিলো,

নিজৰ অভিমানবোৰকে সামৰি থৈছিলো।

থূপ খাই থকা ভালপোৱা ভাললগাবোৰ,

খহি খহি জাহ গ'ল সময়ৰ বুকুত

আৰু এদিন তেওঁ ভালপোৱাৰ নামত কংকাল হ'ল!!