আমাৰ দৈনন্দিন জীৱনৰ অভিজ্ঞতায় আমাৰ মস্তিষ্কত প্ৰভাৱ পেলায়। আমাৰ গৱেষনালয়ৰ গৱেষণাৰ কেন্দ্ৰবিন্দু হল-
১) আবেগ স্নায়ুকোষৰ অধ্যয়ন কৰা ।
২) জীৱনৰ অভিজ্ঞতা আৰু উপশমকাৰী বস্তুবোৰৰ স্নায়ুকোষৰ ওপৰত প্ৰভাৱ গবেষণা কৰা ।
৩) মানসিক অশান্তি আৰু উদ্দেপ সংযুক্ত স্নায়ুকোষক নিয়ন্ত্ৰণ কৰা ।
পশু মডেলৰ মাধ্যমেৰে চেলুলাৰ, এপিজেনেটিক আৰু সহনশীলতাৰ উপৰিও পৰিৱেশ গত, ফাৰ্মাকোলজিকেল জেনেটিক হস্তক্ষেপ মাধ্যমৰ অধ্যয়ন কেন্দ্ৰ। আমাৰ এই গৱেষণাৰ কেন্দ্ৰ সেৰোটোনিন (5-HT) সেৰোটোনিন-2A (5-HT2A) ৰিচিপটৰ (G2) সংকেত ৰাখিছে । আমি আধিকভাৱে খং (emotion) মাইটকন্দ্ৰিয়া জৈৱজননৰ দ্বাৰা পাৰস্পৰিক সম্পৰ্ক চৰ্চা কৰোঁ।
Credits: Dr. Saurav Kumar Dutta and Nikumani Talukdar