অধ্যায় ১ :: আমাৰ ৰাজ্য অসম
১। একোটিকৈ বাক্যত উত্তৰ লিখা।
ক) অসমৰ প্ৰধান নদী দুখনৰ নাম কি ?
উত্তৰঃ অসমৰ প্ৰধান নদী দুখনৰ নাম হ'ল ব্ৰহ্মপুত্ৰ আৰু বৰাক।.
খ) প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানীৰ নাম কি আছিল ?
উত্তৰঃ প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানীৰ নাম আছিল প্ৰাগজ্যোতিষপুৰ।
গ) উত্তৰ-পূব সীমান্ত ৰেল সংমণ্ডলৰ প্ৰধান কাৰ্য্যালয় ক’ত অৱস্থিত?
উত্তৰঃ উত্তৰ-পূব সীমান্ত ৰেল সংমণ্ডলৰ প্ৰধান কাৰ্য্যালয় ঘুৱাহাটীৰ মালিগাঁৱত অৱস্থিত
ঘ) বৰ্তমান অসমত কেইখন জিলা আছে?
উত্তৰঃ বৰ্তমান অসমত ৩৫ খন জিলা আছে।
ঙ) বৰ্তমান অসমৰ ৰাজধানী ক’ত অৱস্থিত?
উত্তৰঃ বৰ্তমান অসমৰ ৰাজধানী দিছপুৰত অৱস্থিত।
ক) ৰাজ্য এখন কেনেকৈ গঠন কৰা হয়?
উত্তৰঃ ভহুকেইখন জিলা লগ লগাই ৰাজ্য এখন গঠন কৰা হয়।
খ) অসমৰ সীমাত থকা দুখন বিদেখী ৰাষ্ট্ৰৰ নাম লিখা?
উত্তৰঃ অসমৰ সীমাত থকা দুখন বিদেখী ৰাষ্ট্ৰ হ'ল বাংলাদেশ আৰু ভূটান।
গ) আহোমসকলে কিমানদিন অসমত ৰাজত্ব বা শাসন কৰিছিল? পিছত ইংৰাজে কোন চনৰপৰা কোন চনলৈকে শাসন কৰিছিল?
উত্তৰঃ আহোমসকলে ৫৯৮ বছৰ ৰাজত্ব কৰিছিল আৰু ইংৰাজসকলে ১৭৬৫ পৰা ১৯১৩-১৯১৪ চনলৈ ৰাজত্ব কৰিছিল।
ঘ) ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথটো ক’ৰপৰা ক’লৈ গৈছে?
উত্তৰঃ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথটো গোৱোলপোৰা জিলাৰ পঞ্চৰত্নৰ পৰা তিনিচুকীয় জিলাৰ চৈখোৱা ঘাটলৈকে গৈছে।
ঙ) অসমৰ কেইটামান পুৰণি কীৰ্তিচিহ্নৰ নাম লিখা।
উত্তৰঃ অসমৰ কেইটামান পুৰণি কীৰ্তিচিহ্নৰ নাম হ'ল- কামাখ্যা মন্দিৰ, মদন-কামদেৱ মন্দিৰ, তেজপুৰৰ অগ্নিগড়, দ-পৰ্বতীয় শিলৰ তোৰণ, উত্তৰ গুৱাহাটীৰ কানাই বৰশীবোৱা শিলালিপি, গুৱাহাটীৰ উমানন্দ মন্দিৰ, শিৱসাগৰৰ ৰংঘৰ, কাৰেংঘৰ, তলাতলঘৰ, শিৱদৌল, জয়দৌল, শিৱসাগৰৰ পুখুৰী, জয়সাগৰ পুখুৰী, নামদাঙ নদীৰ ওপৰৰ শিলৰ সাঁকো ইত্যাদি।
ক) অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকা
উত্তৰঃ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীক কেন্দ্ৰ কৰি গঢ়ি উঠা এই উপত্যকা অঞ্চল দুটাৰ মাজেৰে সৰু-বৰ বহুতাে নদী বৈ গৈছে। সেয়েহে এই অঞ্চল দুটাৰ মাটি সাৰুৱা। এনে সাৰুৱা মাটিত মানুহে সহজে খেতি-বাতি কৰিব পাৰে। সমান আৰু আহল-বহল হােৱা বাবে যাতায়াত, যােগাযােগ, বেহা-বেপাৰ, শিক্ষা, চিকিৎসা আদিৰ ক্ষেত্ৰত অঞ্চল দুটা সুবিধাজনক। এই অঞ্চলৰ মানুহে খেতি-বাতিৰ বাহিৰেও আন আন উপায়ে সহজে জীৱন-নির্বাহ কৰিব পাৰে। প্রাকৃতিক পৰিবেশেও মানুহক যথেষ্ট সহায় কৰে। সেয়ে এই উপত্যকা অঞ্চলত মানুহৰ জনবসতি ঘন হােৱা দেখা যায়।
উত্তৰঃ আনহোতে পাহাৰবোৰ সাধাৰণতে গছ-গছনি আৰু শিলেৰে ভৰা থিয় আৰু এঢলীয়া। সেয়ে মানুহে সহজে ঘৰ-দুৱাৰ সাজিব নোৱাৰে। খেতিবাতিৰ বাবেও এনে পাহাৰীয় অঞ্চল সুবিধাজনক নহয়। বৰষুণ হ'লেও বা নদ-নদী বা জান-জুৰি থাকিলেও পানীভাগ সহজে তললৈ বৈ আহে। পানী তললৈ বৈ অহাৰ বাবে উপযুক্ত পৰিমাণৰ পানী পাহাৰীয়া অঞ্টলত পোৱা নাযায়। তদুপৰি যাতায়ত-যোগাযোগ, বোহা-বেপাৰ আদিৰ বাবে এনে ঠাই সুবিধাজনক নহয়। এনেবোৰ কাৰণতে পাহাৰীয়া অঞ্চলত মানুহৰ বসতি পাতল বা সেৰেঙা হোৱা দেখা যায়।
উত্তৰঃ অতি পুৰণি কালত এই অঞ্চলটোৰ নাম আছিল প্রাগজ্যোতিষ। ৰাজধানীৰ নাম আছিল প্রাগজ্যোতিষপুৰ। এই শব্দটোৰ অৰ্থ হ’ল জ্যোতিষ শাস্ত্ৰৰ চৰ্চা কৰা ঠাই বা নগৰ।
অন্য এক কাহিনী মতে ইয়াতে এবাৰ শিৱই তপস্যা কৰিছিল। সেই তপস্যা ভংগ কৰিবলৈ স্বৰ্গৰ দেৱতাসকলে কামদেৱ নামৰ এজন দেৱতাক পঠাইছিল। কামদেৱ শিৱৰ তপস্যা ভংগ কৰাত সফল হৈছিল যদিও শিৱৰ কোপ দৃষ্টিত পৰি তেওঁ ভস্ম হৈছিল। কামদেৱৰ পত্নী ৰতিদেৱীয়ে স্বামীক জীয়াই তুলিবলৈ শিৱক তুতি-প্রার্থনা জনালে। শিৱই কামদেৱক পুনৰ জীয়াই তুলিলে, সেই তেতিয়াৰ পৰাই এই ঠাইৰ নাম কামৰূপ হয়।
১২২৮ খ্রিষ্টাব্দত চাওলুং চুকাফা নামৰ এজন কোৱৰৰ নেতৃত্বত এদল লােকে পাটকাই পর্বত পাৰ হৈ আহি কামৰূপ ৰাজ্যত প্ৰৱেশ কৰিছিল। তেওঁ বৰ সাহসী আৰু পৰাক্ৰমী আছিল। তেৱেই এই অঞ্চলত এখন ৰাজ্য পাতিছিল। তেওঁৰ সাহসিকতা, বল-বিক্ৰমত মুগ্ধ হৈ স্থানীয় লােকে তেওঁলােকৰ সমান কোনাে নাই বুলি কৈছিল। কালক্ৰমত মানুহৰ মুখত পৰি তেওঁলােক অ-সম⟶অ-হম⟶আহােম বুলি জনাজাত হৈছিল। এই জাতিটোৱে বাস কৰা ঠাইখনেই পিছলৈ অসম নামেৰে জনাজাত হ’ল বুলি জনা যায়।
উত্তৰঃ বৰ্তমান অসমৰ উত্তৰেーভূটান আৰু অৰুণাচল প্ৰদেশ, পূবেーঅৰুণাচল প্ৰদেশৰ এটা অংশ, নাগালেণ্ড আৰু মণিপুৰ ৰাজ্য, দক্ষিণেーমিজোৰাম, মেঘালয় আৰু ত্ৰিপুৰা ৰাজ্য, পশ্চিমেーবাংলাদেশ, মেঘালয় আৰু পশ্চিমবংগ ৰাজ্য।
৫। অসমৰ প্ৰাকৃতিক বিভাগ কেইটা আৰু কি কি? প্ৰত্যেকৰে এটি চমু বিৱৰণ দিয়া।
উত্তৰঃ অসমৰ প্ৰাকৃতিক বিভাগ তিনিটা আৰু সেইকেইটা হ'ল ব্ৰহ্মপুত্ৰ নদীৰ উপতক্যা অঞ্চল, বৰাক নদীৰ উপতক্যা অঞ্চল আৰু পাহাৰীয়া অঞ্চল।
ব্ৰহ্মপুত্ৰ নদীৰ উপতক্যা অঞ্চলঃ
ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীক কেন্দ্ৰ কৰি গঢ়ি উঠা এই উপত্যকা অঞ্চল দুটাৰ মাজেৰে সৰু-বৰ বহুতাে নদী বৈ গৈছে। সেয়েহে এই অঞ্চল দুটাৰ মাটি সাৰুৱা। এনে সাৰুৱা মাটিত মানুহে সহজে খেতি-বাতি কৰিব পাৰে। সমান আৰু আহল-বহল হােৱা বাবে যাতায়াত, যােগাযােগ, বেহা-বেপাৰ, শিক্ষা, চিকিৎসা আদিৰ ক্ষেত্ৰত অঞ্চল দুটা সুবিধাজনক। এই অঞ্চলৰ মানুহে খেতি-বাতিৰ বাহিৰেও আন আন উপায়ে সহজে জীৱন-নির্বাহ কৰিব পাৰে। প্রাকৃতিক পৰিবেশেও মানুহক যথেষ্ট সহায় কৰে। সেয়ে এই উপত্যকা অঞ্চলত মানুহৰ জনবসতি ঘন হােৱা দেখা যায়।
বৰাক নদীৰ উপত্যকাত বাৰিষা অত্যধিক বৰষুণৰ ফলত প্ৰায়েই বানপানী হোৱা দেখা যায়। সমতল অঞ্চলত বানপানীৰ পৰা হাত সাৰিবলৈ নদীৰ দুয়োপোৰে মথাউৰি বন্ধা হয়। বানপানীয়ে কেতিয়াবা মানুহৰ যথেষ্ট ক্ষতি কৰে। আকৌ কেতিয়াবা উপকাৰো কৰে।
আনহাতে পাহাৰবোৰ সাধাৰণতে গছ-গছনি আৰু শিলেৰে ভৰা থিয় আৰু এঢলীয়া। সেয়ে মানুহে সহজে ঘৰ-দুৱাৰ সাজিব নোৱাৰে। খেতিবাতিৰ বাবেও এনে পাহাৰীয় অঞ্চল সুবিধাজনক নহয়। বৰষুণ হ'লেও বা নদ-নদী বা জান-জুৰি থাকিলেও পানীভাগ সহজে তললৈ বৈ আহে। পানী তললৈ বৈ অহাৰ বাবে উপযুক্ত পৰিমাণৰ পানী পাহাৰীয়া অঞ্টলত পোৱা নাযায়। তদুপৰি যাতায়ত-যোগাযোগ, বোহা-বেপাৰ আদিৰ বাবে এনে ঠাই সুবিধাজনক নহয়। এনেবোৰ কাৰণতে পাহাৰীয়া অঞ্চলত মানুহৰ বসতি পাতল বা সেৰেঙা হোৱা দেখা যায়।
অধ্যায় ২
অসমৰ চুবুৰীয়া ৰাজ্যসমূহ
প্ৰশ্নাৱলীঃ
১। অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ নাম লিখা।
উত্তৰঃ অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ নাম হ'ল অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়।
২। অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ ৰাজধানীৰ নাম লিখা।
উত্তৰঃ অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ ৰাজধানীৰ নাম হ'ল一
৩। অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ জনগোষ্ঠীসমূহৰ নাম লিখা।
উত্তৰঃ অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ জনগোষ্ঠীসমূহৰ নাম হ'লー আদি, নিচি, মিচিমি, মনপা, মিনিয়ং আদি।
৪। অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ প্ৰধান ভাষাকেইটাৰ নাম লিখা।
উত্তৰঃ অসমৰ চুবুৰীয় ৰাজ্যকেইখনৰ প্ৰধান ভাষাকেইটা হ'লー মণিপুৰৰ প্ৰধান ভাষা মণিপুৰী, ত্ৰিপুৰাৰ প্ৰধান ভাষা বাংলা।
৫। অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ বাসিন্দাসকলে পালন কৰা উৎসৱসমূহৰ নাম লিখা।
উত্তৰঃ অসমৰ চুবুৰীয়া ৰাজ্যকেইখনৰ বাসিন্দাসকলে পালন কৰা উৎসৱসমূহৰ নাম হ'লー মেঘালয়ত ওখাচীসকলে নংক্ৰমে, অৰুণাচলত ডনি' প'ল', নাগালেণ্ড, মিজোৰাম আৰু মেঘালয়ত বৰদিন, ত্ৰিপুৰাত দুৰ্গা পূজা পালন কৰা দেখা যায়।
অধ্যায় ৩
অসমৰ জিলাসমূহ
প্ৰশ্নাৱলীঃ
১। জিলা কাক বোলে?
উত্তৰঃ আমাৰ দেশখনৰ নাম ভাৰত। এই ভাৰতৰেই উত্তৰ-পূব অঞ্চলত অৱস্থিত অংগৰাজ্যখনৰ নাম হ'ল অসম। এই অসম নামৰ ৰাজ্যখনক শাসনৰ সুবিধাৰ কাৰণে ৩৫ টা ভাগত ভাগ কৰা হৈছে। ইয়াৰে একো একোটা ভাগক জিলা বুলি কোৱা হয়।
২। অসমত বৰ্তমান জিলাৰ সংখ্যা কিমান?
উত্তৰঃ অসমত বৰ্তমান জিলাৰ সংখ্য ৩৫ খন।
৩। বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ জিলাকেইখনৰ নাম লিখা।
উত্তৰঃ বাগ্ছা জিলা আৰু চিৰাং জিলা।
৪। নামৰূপ অসমৰ কোনখন জিলাত অৱস্থিত ? এই ঠাইখন কিয় বিখ্যাত?
উত্তৰঃ তিনিচুকীয়া জিলাত। এই জিলাখনৰ ডিগবৈত ভাৰত তথা এছিয়া মহাদেশৰ প্ৰথমটো তেলশোধানাগাৰ ১৯০১ চনত স্থাপিত হৈছিল। মাৰ্ঘেৰিটাত প্লাইউদ তৈয়াৰ কৰা কাৰখানা আছে। লিডু, লেখাপানী, বৰগোলাই কয়লা খনিৰ বাবে বিখ্য়াত।
৫। অসমৰ ৰাজধানী চহৰখন কোনখন জিলাত অৱস্থিত?
উত্তৰঃ কামৰূপ (মহানগৰ) জিলাত অৱস্থিত।
৬। অসমৰ একমাত্ৰ আন্তৰ্জাতিক বিমান বন্দৰটোৰ নাম কি?
উত্তৰঃ লোকপ্ৰীয় গোপিনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ।
৭। পিতল শিল্পৰ বাবে বিখ্যাত অসমৰ ঠাইখনৰ নাম কি?
উত্তৰঃ হাজো।
৮। কাঁহ শিল্পৰ বাবে বিখ্যাত অসমৰ ঠাইখনৰ নাম কি?
উত্তৰঃ হাজো সৰ্থেবাৰীত।
৯। অসমৰ কোনখন জিলাত জোনবিল মেলা অনুষ্ঠিত হয়?
উত্তৰঃ মৰিগাওঁ জিলাত।
১০। মহাপুৰুষ শংকৰদেৱৰ জন্মস্থানখনৰ নাম কি? এই ঠাইখন অসমৰ কোনখন জিলাত অৱস্থিত?
উত্তৰঃ বৰদোৱাত। এই ঠাইখন অসমৰ নগাওঁ জিলাত অন্তগৰ্ত।
১১। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেতুকুপুখুৰী কিয় বিখ্যাত?
উত্তৰঃ এই জিলাৰ নাৰায়ণপুৰৰ লেতুকুপুখুৰীত মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ জন্মস্থান।
১২। অৰুণাচল প্ৰদেশলৈ যাবপৰা এটা প্ৰধান প্ৰৱেশপথৰ নাম লিখা।
উত্তৰঃ লখিমপুৰৰ বান্দৰদেৱা অৰুনাচল প্ৰদেশলৈ যোৱা মূল প্ৰৱেশপথ।
১৩। 'ড'ম্বুবাছ' নামৰ ওখ শৃংগটো অসমৰ কোন খন জিলাত অৱস্থিত?
উত্তৰঃ নগাঁও জিলাত।
১৪। হাফলং কোন জিলাৰ সদৰ ঠাই?
উত্তৰঃ হাফলং ডিমা হাছাও জিলাৰ সদৰ থাই।
১৫। বড়ো স্বয়ত্তশাসিত পৰিষদৰ প্ৰধান কাৰ্যালয় অসমৰ কোনখন ঠাইত আছে?
উত্তৰঃ কোকৰাঝাৰ জিলাত।
১৬। পাটবাউসী সত্ৰখন কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰঃ পাটবাউসী সত্ৰখন শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল।
১৭। তলত দিয়া ঠাইবোৰ কোন জিলাত অৱস্থিত আৰু কিয় বিখ্যাত লিখা।
জাতিংগা, শ্ৰীসূৰ্য্য পাহাৰ, দ'পৰ্বতীয়া, পাথৰিঘাট, তিতাবৰ, দুলীয়াজান, শুৱালকুছি।
উত্তৰঃ জাতিংগাঃ জাতিংগা ডিমা হাছাও জিলাত অৱস্থিত। জাতিংগা নামৰ ঠাইখনত পক্ষী নিৰীক্ষণৰ বাবে বিখ্য়াত।
শ্ৰীসূৰ্য্য পাহাৰঃ শ্ৰীসূৰ্যপাহাৰ গোৱালপাৰা জিলাত অৱস্থিত। শ্ৰীসূৰ্যপাহাৰ পুৰণি ভাস্কৰ্য্য়ৰ বাবে বিখ্য়াত।
দ'পৰ্বতীয়াঃ দ'পৰ্বতীয়া শোণিচপুৰ জিলাত অৱস্থিত। দ'পৰ্বতীয়া শিলৰ তোৰণ অসমৰ এক ঐতিহাসিক কীৰ্তিচিহ্ন বাবে বিখ্য়াত।
পাথৰিঘাটঃ পাথৰিঘাট দৰং জিলাত অৱস্থিত। এই জিলাৰ পাথৰিঘাটত ব্ৰিটিছৰ বিৰুদ্ধে ১৮৯৪ চনত কৃষক বিদ্ৰোহ হৈছিল।
তিতাবৰঃ যোৰহাট নগৰ আহোম ৰাজ্য়ৰ শেষ ৰাজধানি আছিল। ইয়াত তিতাবৰত ধান আৰু ৰেছম গৱেষণা কেন্দ্ৰ আছে।
দুলীয়াজানঃ দুলীয়াজান ডিব্ৰুগড় জিলাত অৱস্থিত। অসমৰ দুলীয়াজানত খাৰুৱা তেলৰ উদ্য়োগ থকা বাবে বিখ্য়াত।
শুৱালকুছিঃ শুৱালকুছি কামৰূপ (গ্ৰাম্য়) জিলাত অৱস্থিত। শুৱালকুছি পাট-মুগা কাপোৰৰ বাবে সমগ্ৰ অসমৰ লগতে ভাৰত বিখ্য়াত।
১৮। তলত দিয়া ঠাইবোৰ বিষয়ে টোকা লিখা।
গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ, ধুবুৰী।
অধ্যায় ৩
অসমৰ জিলাসমূহ
প্ৰশ্নাৱলীঃ
১। জিলা কাক বোলে?
উত্তৰঃ আমাৰ দেশখনৰ নাম ভাৰত। এই ভাৰতৰেই উত্তৰ-পূব অঞ্চলত অৱস্থিত অংগৰাজ্যখনৰ নাম হ'ল অসম। এই অসম নামৰ ৰাজ্যখনক শাসনৰ সুবিধাৰ কাৰণে ৩৫ টা ভাগত ভাগ কৰা হৈছে। ইয়াৰে একো একোটা ভাগক জিলা বুলি কোৱা হয়।
২। অসমত বৰ্তমান জিলাৰ সংখ্যা কিমান?
উত্তৰঃ অসমত বৰ্তমান জিলাৰ সংখ্য ৩৫ খন।
৩। বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ জিলাকেইখনৰ নাম লিখা।
উত্তৰঃ বাগ্ছা জিলা আৰু চিৰাং জিলা।
৪। নামৰূপ অসমৰ কোনখন জিলাত অৱস্থিত ? এই ঠাইখন কিয় বিখ্যাত?
উত্তৰঃ তিনিচুকীয়া জিলাত। এই জিলাখনৰ ডিগবৈত ভাৰত তথা এছিয়া মহাদেশৰ প্ৰথমটো তেলশোধানাগাৰ ১৯০১ চনত স্থাপিত হৈছিল। মাৰ্ঘেৰিটাত প্লাইউদ তৈয়াৰ কৰা কাৰখানা আছে। লিডু, লেখাপানী, বৰগোলাই কয়লা খনিৰ বাবে বিখ্য়াত।
৫। অসমৰ ৰাজধানী চহৰখন কোনখন জিলাত অৱস্থিত?
উত্তৰঃ কামৰূপ (মহানগৰ) জিলাত অৱস্থিত।
৬। অসমৰ একমাত্ৰ আন্তৰ্জাতিক বিমান বন্দৰটোৰ নাম কি?
উত্তৰঃ লোকপ্ৰীয় গোপিনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ।
৭। পিতল শিল্পৰ বাবে বিখ্যাত অসমৰ ঠাইখনৰ নাম কি?
উত্তৰঃ হাজো।
৮। কাঁহ শিল্পৰ বাবে বিখ্যাত অসমৰ ঠাইখনৰ নাম কি?
উত্তৰঃ হাজো সৰ্থেবাৰীত।
৯। অসমৰ কোনখন জিলাত জোনবিল মেলা অনুষ্ঠিত হয়?
উত্তৰঃ মৰিগাওঁ জিলাত।
১০। মহাপুৰুষ শংকৰদেৱৰ জন্মস্থানখনৰ নাম কি? এই ঠাইখন অসমৰ কোনখন জিলাত অৱস্থিত?
উত্তৰঃ বৰদোৱাত। এই ঠাইখন অসমৰ নগাওঁ জিলাত অন্তগৰ্ত।
১১। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেতুকুপুখুৰী কিয় বিখ্যাত?
উত্তৰঃ এই জিলাৰ নাৰায়ণপুৰৰ লেতুকুপুখুৰীত মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ জন্মস্থান।
১২। অৰুণাচল প্ৰদেশলৈ যাবপৰা এটা প্ৰধান প্ৰৱেশপথৰ নাম লিখা।
উত্তৰঃ লখিমপুৰৰ বান্দৰদেৱা অৰুনাচল প্ৰদেশলৈ যোৱা মূল প্ৰৱেশপথ।
১৩। 'ড'ম্বুবাছ' নামৰ ওখ শৃংগটো অসমৰ কোন খন জিলাত অৱস্থিত?
উত্তৰঃ নগাঁও জিলাত।
১৪। হাফলং কোন জিলাৰ সদৰ ঠাই?
উত্তৰঃ হাফলং ডিমা হাছাও জিলাৰ সদৰ থাই।
১৫। বড়ো স্বয়ত্তশাসিত পৰিষদৰ প্ৰধান কাৰ্যালয় অসমৰ কোনখন ঠাইত আছে?
উত্তৰঃ কোকৰাঝাৰ জিলাত।
১৬। পাটবাউসী সত্ৰখন কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰঃ পাটবাউসী সত্ৰখন শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল।
১৭। তলত দিয়া ঠাইবোৰ কোন জিলাত অৱস্থিত আৰু কিয় বিখ্যাত লিখা।
জাতিংগা, শ্ৰীসূৰ্য্য পাহাৰ, দ'পৰ্বতীয়া, পাথৰিঘাট, তিতাবৰ, দুলীয়াজান, শুৱালকুছি।
উত্তৰঃ জাতিংগাঃ জাতিংগা ডিমা হাছাও জিলাত অৱস্থিত। জাতিংগা নামৰ ঠাইখনত পক্ষী নিৰীক্ষণৰ বাবে বিখ্য়াত।
শ্ৰীসূৰ্য্য পাহাৰঃ শ্ৰীসূৰ্যপাহাৰ গোৱালপাৰা জিলাত অৱস্থিত। শ্ৰীসূৰ্যপাহাৰ পুৰণি ভাস্কৰ্য্য়ৰ বাবে বিখ্য়াত।
দ'পৰ্বতীয়াঃ দ'পৰ্বতীয়া শোণিচপুৰ জিলাত অৱস্থিত। দ'পৰ্বতীয়া শিলৰ তোৰণ অসমৰ এক ঐতিহাসিক কীৰ্তিচিহ্ন বাবে বিখ্য়াত।
পাথৰিঘাটঃ পাথৰিঘাট দৰং জিলাত অৱস্থিত। এই জিলাৰ পাথৰিঘাটত ব্ৰিটিছৰ বিৰুদ্ধে ১৮৯৪ চনত কৃষক বিদ্ৰোহ হৈছিল।
তিতাবৰঃ যোৰহাট নগৰ আহোম ৰাজ্য়ৰ শেষ ৰাজধানি আছিল। ইয়াত তিতাবৰত ধান আৰু ৰেছম গৱেষণা কেন্দ্ৰ আছে।
দুলীয়াজানঃ দুলীয়াজান ডিব্ৰুগড় জিলাত অৱস্থিত। অসমৰ দুলীয়াজানত খাৰুৱা তেলৰ উদ্য়োগ থকা বাবে বিখ্য়াত।
শুৱালকুছিঃ শুৱালকুছি কামৰূপ (গ্ৰাম্য়) জিলাত অৱস্থিত। শুৱালকুছি পাট-মুগা কাপোৰৰ বাবে সমগ্ৰ অসমৰ লগতে ভাৰত বিখ্য়াত।
১৮। তলত দিয়া ঠাইবোৰ বিষয়ে টোকা লিখা।
গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ, ধুবুৰী।
অধ্যায় ৩
অসমৰ জিলাসমূহ
প্ৰশ্নাৱলীঃ
১। জিলা কাক বোলে?
উত্তৰঃ আমাৰ দেশখনৰ নাম ভাৰত। এই ভাৰতৰেই উত্তৰ-পূব অঞ্চলত অৱস্থিত অংগৰাজ্যখনৰ নাম হ'ল অসম। এই অসম নামৰ ৰাজ্যখনক শাসনৰ সুবিধাৰ কাৰণে ৩৫ টা ভাগত ভাগ কৰা হৈছে। ইয়াৰে একো একোটা ভাগক জিলা বুলি কোৱা হয়।
২। অসমত বৰ্তমান জিলাৰ সংখ্যা কিমান?
উত্তৰঃ অসমত বৰ্তমান জিলাৰ সংখ্য ৩৫ খন।
৩। বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ জিলাকেইখনৰ নাম লিখা।
উত্তৰঃ বাগ্ছা জিলা আৰু চিৰাং জিলা।
৪। নামৰূপ অসমৰ কোনখন জিলাত অৱস্থিত ? এই ঠাইখন কিয় বিখ্যাত?
উত্তৰঃ তিনিচুকীয়া জিলাত। এই জিলাখনৰ ডিগবৈত ভাৰত তথা এছিয়া মহাদেশৰ প্ৰথমটো তেলশোধানাগাৰ ১৯০১ চনত স্থাপিত হৈছিল। মাৰ্ঘেৰিটাত প্লাইউদ তৈয়াৰ কৰা কাৰখানা আছে। লিডু, লেখাপানী, বৰগোলাই কয়লা খনিৰ বাবে বিখ্য়াত।
৫। অসমৰ ৰাজধানী চহৰখন কোনখন জিলাত অৱস্থিত?
উত্তৰঃ কামৰূপ (মহানগৰ) জিলাত অৱস্থিত।
৬। অসমৰ একমাত্ৰ আন্তৰ্জাতিক বিমান বন্দৰটোৰ নাম কি?
উত্তৰঃ লোকপ্ৰীয় গোপিনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ।
৭। পিতল শিল্পৰ বাবে বিখ্যাত অসমৰ ঠাইখনৰ নাম কি?
উত্তৰঃ হাজো।
৮। কাঁহ শিল্পৰ বাবে বিখ্যাত অসমৰ ঠাইখনৰ নাম কি?
উত্তৰঃ হাজো সৰ্থেবাৰীত।
৯। অসমৰ কোনখন জিলাত জোনবিল মেলা অনুষ্ঠিত হয়?
উত্তৰঃ মৰিগাওঁ জিলাত।
১০। মহাপুৰুষ শংকৰদেৱৰ জন্মস্থানখনৰ নাম কি? এই ঠাইখন অসমৰ কোনখন জিলাত অৱস্থিত?
উত্তৰঃ বৰদোৱাত। এই ঠাইখন অসমৰ নগাওঁ জিলাত অন্তগৰ্ত।
১১। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেতুকুপুখুৰী কিয় বিখ্যাত?
উত্তৰঃ এই জিলাৰ নাৰায়ণপুৰৰ লেতুকুপুখুৰীত মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ জন্মস্থান।
১২। অৰুণাচল প্ৰদেশলৈ যাবপৰা এটা প্ৰধান প্ৰৱেশপথৰ নাম লিখা।
উত্তৰঃ লখিমপুৰৰ বান্দৰদেৱা অৰুনাচল প্ৰদেশলৈ যোৱা মূল প্ৰৱেশপথ।
১৩। 'ড'ম্বুবাছ' নামৰ ওখ শৃংগটো অসমৰ কোন খন জিলাত অৱস্থিত?
উত্তৰঃ নগাঁও জিলাত।
১৪। হাফলং কোন জিলাৰ সদৰ ঠাই?
উত্তৰঃ হাফলং ডিমা হাছাও জিলাৰ সদৰ থাই।
১৫। বড়ো স্বয়ত্তশাসিত পৰিষদৰ প্ৰধান কাৰ্যালয় অসমৰ কোনখন ঠাইত আছে?
উত্তৰঃ কোকৰাঝাৰ জিলাত।
১৬। পাটবাউসী সত্ৰখন কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰঃ পাটবাউসী সত্ৰখন শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল।
১৭। তলত দিয়া ঠাইবোৰ কোন জিলাত অৱস্থিত আৰু কিয় বিখ্যাত লিখা।
জাতিংগা, শ্ৰীসূৰ্য্য পাহাৰ, দ'পৰ্বতীয়া, পাথৰিঘাট, তিতাবৰ, দুলীয়াজান, শুৱালকুছি।
উত্তৰঃ জাতিংগাঃ জাতিংগা ডিমা হাছাও জিলাত অৱস্থিত। জাতিংগা নামৰ ঠাইখনত পক্ষী নিৰীক্ষণৰ বাবে বিখ্য়াত।
শ্ৰীসূৰ্য্য পাহাৰঃ শ্ৰীসূৰ্যপাহাৰ গোৱালপাৰা জিলাত অৱস্থিত। শ্ৰীসূৰ্যপাহাৰ পুৰণি ভাস্কৰ্য্য়ৰ বাবে বিখ্য়াত।
দ'পৰ্বতীয়াঃ দ'পৰ্বতীয়া শোণিচপুৰ জিলাত অৱস্থিত। দ'পৰ্বতীয়া শিলৰ তোৰণ অসমৰ এক ঐতিহাসিক কীৰ্তিচিহ্ন বাবে বিখ্য়াত।
পাথৰিঘাটঃ পাথৰিঘাট দৰং জিলাত অৱস্থিত। এই জিলাৰ পাথৰিঘাটত ব্ৰিটিছৰ বিৰুদ্ধে ১৮৯৪ চনত কৃষক বিদ্ৰোহ হৈছিল।
তিতাবৰঃ যোৰহাট নগৰ আহোম ৰাজ্য়ৰ শেষ ৰাজধানি আছিল। ইয়াত তিতাবৰত ধান আৰু ৰেছম গৱেষণা কেন্দ্ৰ আছে।
দুলীয়াজানঃ দুলীয়াজান ডিব্ৰুগড় জিলাত অৱস্থিত। অসমৰ দুলীয়াজানত খাৰুৱা তেলৰ উদ্য়োগ থকা বাবে বিখ্য়াত।
শুৱালকুছিঃ শুৱালকুছি কামৰূপ (গ্ৰাম্য়) জিলাত অৱস্থিত। শুৱালকুছি পাট-মুগা কাপোৰৰ বাবে সমগ্ৰ অসমৰ লগতে ভাৰত বিখ্য়াত।
১৮। তলত দিয়া ঠাইবোৰ বিষয়ে টোকা লিখা।
গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ, ধুবুৰী।
অধ্যায় ৪
উত্তৰঃ মানুহে ব্য়ৱহাৰ কৰা বস্তুবোৰকে সম্পদ বোলে।
খ) প্ৰাকৃতিক সম্পদ কাক বোলে ? ইয়াৰ প্ৰধান ভাগ কেইটা আৰু কি কি ?
উত্তৰঃ সাধাৰণতে আমি যিবোৰ সম্পদ প্ৰকৃতিৰ পৰা পাওঁ সেই সম্পদবোৰক প্ৰকিতিক সম্পদ বোলে।
গ) ঔষধি উদ্ভিদ কাক বোলে ? উদাহৰণ দিয়া ।
উত্তৰঃ যিবোৰ উদ্ভিদৰ ৰোগ নিৰাময় কৰাা গুণ থাকে সেইবোৰ উদ্ভিদক ঔষধি উদ্ভিদ বোলে।
ঘ) বনাঞ্চল ধ্বংস হোৱাৰ তিনিটা কাৰণ লিখা ।
উত্তৰঃ ১) জনসংখ্য়া বৃদ্ধিৰ লগে লগে বসবাসৰ বাবে মানুহে ঘৰ-দুৱাৰ সাজিবলগীয়া হৈছে। ফলত ঘৰ সাজিবলৈ মানুহে বাবি-বননি ধ্বংস কৰা দেখা গৈছে।
২) আনকি মানুহে ঠাই অভাৱত পাহাৰত ঘৰ সাজিবলগিয়া হৈছে। ফলত হাবি-বননি ধ্বংস হৈ গৈছে।
৩) চোৰাং চিকাৰী আৰু চোৰাং কাৰবাৰীসকলে নিজ স্বাৰ্থ সিদ্ধিৰ বাবে বনজ সম্পদৰ ওপৰত নানা লুণ্ঠন চলাই আহিছে।
ঙ) অসমত পোৱা খনিজ সম্পদবোৰ কি কি ?
উত্তৰঃ খাৰুৱা তেল, কয়লা, প্ৰাকৃতিক গেছ আৰু চূণ শিল।
চ) এছিয়া মহাদেশৰ প্ৰথমটো তেল শোধনাগাৰ ক'ত, কোন চনত স্থাপন হৈছিল ?
উত্তৰঃ ডিগবৈত, আৰু স্থাপন কৰিছিল ১৯০১ চনত।
ছ) অসমক কিয় 'পনীয়া সোণৰ ৰাজ্য' বোলা হয় ?
উত্তৰঃ অসম ৰাজ্য়ত প্ৰচুৰ পৰিমাণে খাৰুৱা তেল উৎপাদন কৰে বাবে অসমক 'পনীয়া সোণৰ ৰাজ্য়' বুলি কোৱা হয়।
জ) কোনবিধ সম্পদক 'ক'লা হীৰা' বুলি জনা যায় ?
উত্তৰঃ কয়লাক 'ক'লা হীৰা' বুলি জনা যায়।
ঝ) কৃষিজ সম্পদ কাক বোলে ? উদাহৰণ লিখা ।
উত্তৰঃ কৃষিৰ যোগেদি উৎপাদন হোৱা সম্পদবোৰক কৃষিজ সম্পদ বুলি কোৱা হয়। যেনেঃ ধান, মাহ, সৰিয়হ, আলু, শাক-পাচলি আদি।
ঞ) অসম কৃষিৰ ক্ষেত্ৰত পিছপৰি থকাৰ ২টা কাৰণ উল্লেখ কৰা ।
উত্তৰঃ ১) অসমৰ সেতিয়কসকলে খেতিপথাৰত প্ৰধানকৈ বছৰত মাত্ৰ দুবাৰহে খেতি কৰে। বছৰৰ বাকি সময়ছোৱাত খেতিপথাৰ এনে থাকে।
২) অসমৰ কৃষকসকল এতিয়াও পুৰণিকলীয়া কৃষি ব্য়ৱস্থা, আঁসোৱাহপূৰ্ণ ভূমি ব্য়ৱস্থা, বৈজ্ঞানিক চিন্তা-চৰ্চাৰ অভাৱ, উপযুক্ত বজাৰৰ অভাৱ আদিয়ে অসমৰ কৃষকসকলৰ দুৰৱস্থাৰ কাৰণ।
উত্তৰঃ আমি ব্য়ৱহাৰ কৰা যিবোৰ সম্পদ জন্মে বা আমি আমাক লগা যিবোৰ সম্পদ বনৰ পৰা পাওঁ, সেইবোৰ সম্পদকে বনজ সম্পদ বোলে। বনজ সম্পদ বুলি ক'লে বিভিন্ন ধৰণৰ গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকতি আদি সকলোকে বুজা যায়।
উত্তৰঃ পৃথিৱীৰ ভূ-গৰ্ভত থকা খনিবোৰৰ পৰা আহৰণ কৰা সম্পদবোৰকে খনিজ খম্পদ বোলে। অসমত পোৱা খনিজ সম্পদবোৰ হ'ল- খাৰুৱা তেল, কয়লা, প্ৰাকৃতিক গেছ আৰু চূণশিল।
উত্তৰঃ পানীৰ পৰা আমি যিবোৰ সম্পদ আহৰণ কৰো সেই সম্পদবোৰক জলজ সম্পদ বুলি কোৱা হয়। জলজ সম্পদৰ ভিতৰত বিভিন্ন ধৰণৰ মাছ, কাছ নানা ধৰণৰ উদ্ভিদ আদু প্ৰধান।
উত্তৰঃ কৃষিৰ যোগেদি উৎপাদন কৰি পোৱা সম্পদবোৰক কৃষিজ সম্পদ বোলে। অসমৰ প্ৰায় ৭০ শতাংশ লোক কৃষিজীৱী।
অধ্যায়ঃ ৫
আকাশৰ কথা
প্ৰশ্নাৱলীঃ
উত্তৰঃ আমি ওপৰলৈ চালে আচলতে যি দেখোঁ তাকে আকাশ বোলে।
২। সৌৰজগতৰ গ্রহ কেইটা আৰু কি কি ?
উত্তৰঃ সৌৰজগতৰ গ্ৰহ ৮টা যেনেঃ বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি আৰু শনি। আৰু বাকি থকা গ্ৰহ দুটা পৃথিৱীৰ পৰা দূৰত থকা বাবে ইহঁতক খালী চকুৰে দেখা নাযায়।
৩। সৌৰজগত বুলিলে কি বুজা ?
উত্তৰঃ সূৰ্য্য় আৰু ইয়াৰ আঠটা গ্ৰহ আৰু ইহঁতৰ উপগ্ৰহবোৰৰ পৰিয়ীলটোকে সৌৰজগত বোলে।
উত্তৰঃ নিজা পোহৰ নথকা জ্য়োতিস্কবোৰক গ্ৰহ বোলে।
উত্তৰঃ নিজা পোহৰ নথকা জ্য়োতিস্কবোৰ যদি আনৰ গ্ৰহৰ চাৰিওফালে ঘূৰে তাক উপগ্ৰহ বোলে।
৬। নক্ষত্রমণ্ডল বুলিলে কি বুজা ?
উত্তৰঃ আকাশৰ কোনো কোনো অংশত কিছুমান তৰা থূপ পাতি থকা দেখা যায়। এনেকুৱা তৰাৰ থূপক 'নক্ষত্ৰমণ্ডল' বোলে।
৭ | উল্কা বুলিলে কি বুজা ?
উত্তৰঃ কেতিয়াবা একোটা উজ্জ্বল বস্তু তীব্ৰ গতিৰে পৃথিৱীলৈ নামি আহে। হঠাতে আকৌ নাইকিয়া হয়। কেতিয়াবা মাটিত পৰেহি। ইয়াকে উল্কা বোলে।
৮। বহু বছৰৰ মূৰে মূৰে আকাশত ওলােৱা এটা ধূমকেতুৰ নাম লিখা ।
উত্তৰঃ গৰম দিনত সন্ধিয়াৰ আকাশত উত্তৰফালে মুখ কৰিলে সাতোটা উজ্জ্বল তৰা একেলগে দেখা যায়। এই তৰা সাতোটাকে একেলগে সপ্তৰ্ষিমণ্ডল বোলে।
১০। ধ্ৰুৱ তৰা কোন দিশত ওলায় ?
১১। কোনটো গ্রহক ভােটা তৰা বুলি কোৱা হয় ?
উত্তৰঃ শুক্ৰ গ্ৰহক ভোটা তৰা বুলি কোৱা হয়।
১২। জ্যোতিষ্ক বুলিলে কি বুজা ?
উত্তৰঃ ৰাতি আকাশত থকা সকলোবোৰ উজ্জ্বৰ বস্তুকে জ্য়োতিস্ক বোলে।
১৩। আকাশখন কিয় নীলা দেখি ?
উত্তৰঃ সূৰ্য্য়ৰ পোহৰ মায়ুমণ্ডলৰ মাজেদি পাৰ হৈ আহি আমাৰ পৃথিৱী পৃষ্ঠত পৰে। এনেদৰে বায়ুমণ্ডলৰ মাজেদি সূৰ্যৰ পোহৰ পাৰ হৈ আহোঁতে বায়ুমণ্ডলত ওপঙি থকা নানা ধূলি-বালিৰ কণিকাই ইয়াৰ সকলোবোৰ ৰং শোষণ কৰি লয়। তাৰ পাছত তাৰে নীলা ৰংটো চাৰিওফালে সিঁচৰিত কৰি দিয়ে। সেয়ে ফৰকাল আকাশৰ ৰং নীলা হয়।
উত্তৰঃ য'ত আকাশখনে মাটি চুই থকা যেন লাগে তাকে দিগবলয় বা দিগন্ত বোলে।
উত্তৰঃ বৰষুণ বতৰত আকাশ মুকলি হৈ বেলি ওলালে বেলিৰ পোহৰ বৰষুণৰ টোপালবোৰত খুন্দা খাই সাতটা অংশত ভাগ হৈ যায়। এনেদৰে সৃষ্টি হোৱা সাতোটা ৰঙৰ বৰ্ণালীয়েই হ'ল ৰামধেনু।
১৬। হাতীপটি বুলিলে কি বুজা ?
উত্তৰঃ জুন-জুলাই মাহত ফৰকাল আন্ধাৰ ৰাতি আকাশৰ ইমূৰৰ পৰা সিমূৰলৈ উত্তৰা-দক্ষিণাকৈ এছটা বগা ৰঙৰ মেঘৰ বাট দেখা যায়। ইয়াৰ নামেই হ'ল হাতীপটি।
১৭। অমাৱস্যাৰ লগত সম্পর্ক থকা দুটা উৎসৱৰ নাম লিখা ।
উত্তৰঃ দেৱালী আৰু কালী পূজা।
১৮। পূর্ণিমাৰ লগত সম্পর্ক থকা দুটা উৎসৱৰ নাম লিখা ।
উত্তৰঃ ৰাস আৰু মক্ষ্মীপূজা।
অধ্যায় ৬
প্ৰশ্নাৱলীঃ
উত্তৰঃ আমাৰ পৃথিৱীৰ উপৰিভাগৰ যিকোনো অংশৰ পাহাৰ-পৰ্বত, নদ-নদী, গাঁও-নগৰ, ৰাজ্য়-দেশ, সাগৰ-মহাসাগৰ আদি কথসমূহ একেলগে চাবলৈ এখন সমান কাগজত জোখ-মাপ কৰি যি চিত্ৰ অংকন কৰা হয়, তাকেই মানচিত্ৰ বোলে।
উত্তৰঃ যি মানচিত্ৰত পাহাৰ-পৰ্বত, নদ-নদী, সাগৰ-মহাসাগৰ আদি প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা বস্তুবোৰৰ লগতে মানুহে সৃষ্টি কৰা গাঁও-মগৰ, জিলা-ৰাজ্য় কল-কাৰাখনা আদি দেখুওৱা হয়, তাক সাধাৰণ মানচিত্ৰ বোলে।
৩। বিষয়ভিত্তিক মানচিত্র কাক বােলে ?
উত্তৰঃ যি মানচিত্ৰত ৰাজ্য় নাইবা দেশ এখনত কিমান জনসংখ্য়া আছে, যাতায়ত ব্য়ৱস্থা কেনেকুৱা, জলবায়ু কেনেকুৱা আদি দুই-এটা কথা, অৰ্থাৎ বিষয় বিশেষভাৱে দেখুওৱা হয় তাকে বিষয়ভিত্তিক মানচিত্র বোলা হয়।
৪। বিশেষ মানচিত্র কাক বােলে ?
উত্তৰঃ শিশুসকলৰ বাবে, নতুনকৈ মানচিত্ৰ অংকন কৰিবলৈ শিকা লোকৰ বাবে, অন্ধলোকসকলৰ বাবে কিছুমান মানচিত্ৰ বিশেষভাৱে অংকন কৰা হয়, তাকে বিশেষ মানচিত্ৰ বোলে।
৫। মানচিত্রত দেখুৱাব বিচৰা তথ্য অর্থাৎ বিষয়বস্তুৰ ওপৰত নিৰ্ভৰ কৰি কি কি ধৰণৰ মানচিত্র অংকন কৰা হয় ?
উত্তৰঃ তিনি ধৰণৰ মানচিত্ৰ অংকন কৰিব পাৰি যেনেঃ সাধাৰণ মানচিত্র, বিষয়ভিত্তিক মানচিত্র আৰু বিশেষ মানচিত্র।
৬। মানচিত্র অংকন কৰাৰ উদ্দেশ্য অনুসৰি মানচিত্রসমূহক কি কি ভাগত ভাগ কৰা হয় ?
উত্তৰঃ প্ৰাকৃতিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু ভূ-তাত্ত্বতিক মানচিত্ৰ আদি।
৭। মাপনী কাক বােলে ? মানচিত্র অংকন কৰাৰ বাবে মাপনী কিয় ব্যৱহাৰ কৰা হয় লিখা ।
উত্তৰঃ যি অনুপাতত অৰ্থাৎ হিচাপত পৃথিৱী উপৰিভাগৰ আচল দূৰত্বক মানচিত্ৰত কম অৰ্থাৎ চুটি কৰি লোৱা হয় তাকেই মাপনি বোলে।
মানচিত্ৰ অংকনৰ বাবে মাপনী সহায়ত আমাৰ পৃথিৱীৰ আৰু ইয়াৰ যিকোনো অংশ এটাক গণিতৰ হিচাপত প্ৰয়োজন মতে সৰু কৰি দেখুৱাব পাৰি।
৮। মানচিত্র অংকন কৰাৰ বাবে কিছুমান চিহ্ন কিয় ব্যৱহাৰ কৰা হয় ? এনে চিহ্নবােৰদ্বাৰা কি কি কথা বুজাব পাৰি লিখা ।
উত্তৰঃ সকলো ধৰণৰ মানচিত্ৰ পৃথিৱীৰ উপৰিভাগৰ প্ৰাকৃতিক আৰু মানুহে সৃষ্টি কৰা বস্তুবোৰ দেখুৱাবলৈ কিছুমান বিশেষ চিহ্ন ব্য়ৱহাৰ কৰা হয়।
৯। মানচিত্র অধ্যয়ন কৰিলে উপকৃত হ’ব পৰা যিকোনাে পাঁচটা কথা লিখা ।
উত্তৰঃ ক) মানচিত্ৰ অধ্য়য়ন কৰি দেশ-মহাদেশবোৰ ক'ত অৱস্থিত, সেইবোৰৰ সীমা, পৃথিৱীৰ বিভিন্ন ঠাইৰ অৱস্থিতি, ঠাইবোৰৰ মাজৰ দূৰত্ব কিমান আদি কথা জনা যায়।
খ) মানচিত্ৰ অধ্য়য়ন কৰি ঠাই এখনৰ প্ৰাকৃতিক, ৰাজনৈতিক আৰু কল-কাৰাখানা, খেতি-বাতি, জনসংখ্য়া আদি কথীাসমূহৰ জ্ঞান লাভ কৰিব পাৰি।
গ) মানচিত্ৰ অধ্য়ন কৰিলে আংমাৰ পৃথিৱীখনৰ উপৰিভাগত, ভূ-গৰ্ভত হৈ থকা বিভিন্ন পৰিৱৰ্তনবোৰৰ কথা জানিব পাৰি।
ঘ) নতুন ঠাইলৈ ভ্ৰমণ কৰিবলৈ গ'লে মানচিত্ৰ চাই সেই ঠাইখনৰ ৰাস্তা-ঘাট, যাতায়ত ব্য়ৱস্থা, চাবলগীয়া বস্তু আদুৰ বিষয়ে সঠিকভাৱে জানিব পাৰি।
ঙ) মানচিত্ৰ অধ্য়ন কৰি কোনমবোৰ ৰাজ্য় আৰু আৰু দেশ কি কি বিষয়ত উন্নত নে অনুন্নত সেই কথাও জানিব পাৰি।
অধ্যায় ৭
প্ৰাশ্নাৱলীঃ
১। একোটিকৈ বাক্যত উত্তৰ লিখা ।
ক) পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হােৱা ঠাইখনৰ নাম কি ?
উত্তৰঃ মেঘালয়ৰ ৰাজ্য়ৰ মৌচিনৰামো নামৰ ঠাইত।
খ) পৃথিৱীৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি ?
গ) ব্রহ্মপুত্র উপত্যকা ভাৰতৰ কোনটো প্রাকৃতিক বিভাগৰ অন্তৰ্গত ?
উত্তৰঃ মাজৰ সমভূমি অঞ্চলত অন্তগৰ্ত।
ঘ) উপকূল অঞ্চলৰ মানুহৰ প্রধান জীৱিকা কি ?
উত্তৰঃ উপকূল অঞ্চলৰ মানুহৰ প্রধান জীৱিকা হ'লঃ মাছ ধৰা।
ঙ) ভাৰতীয় সংবিধানে বর্তমানলৈ কেইটা ভাষাক স্বীকৃতি দিছে?
উত্তৰঃ ২২টা ভাষাহে স্বাকৃতি দিছে।
ক) থৰ মৰুভূমি ৰাজস্থান ৰাজ্যত অৱস্থিত ?
খ) সাগৰৰ পাৰে পাৰে উপকূল অঞ্চলটো অৱস্থিত ।
গ) দক্ষিণ ভাৰতৰ নর্মদা আৰু তাপ্তী নদী আৰব সাগৰত পৰিছে ।
ঘ) ভাৰতত সকলাে ধর্ম সমান বাবেই ভাৰতক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হয় ।
ক) ভাৰত নামটো কেনেকৈ হ’ল লিখা ।
উত্তৰঃ আমাৰ দেশত ভৰত নামেৰে এজন বিখ্য়াত ৰজা আছিল। তেওঁ প্ৰদৰ্শন কৰা সাহস, পৰাক্ৰম, কৰমদক্ষতা আদিৰ বাবে তেওঁৰ নামৰ অনুসৰি ভাৰত নামটো হোৱা বুলি জনা যায়।
খ) ভাৰতৰ অন্তৰ্গত সাগৰৰ মাজত অৱস্থিত দ্বীপপুঞ্জসমূহৰ নাম লিখা ।
উত্তৰঃ আন্দামান নিকোবৰ দ্বীপপুঞ্জ আৰু লাক্ষা দ্বীপপুঞ্জ।
গ) ভাৰতক কিয় ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হয় ?
উত্তৰঃ ভাৰতত কলো ধৰ্মকে সমানে গুৰুত্ব দিয়ে বাবে ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হয়।
৪। কি, ক'ত আৰু কিয় বিখ্যাত লিখা।
তাজমহল, নালন্দা, অজন্তা আৰু ইলোৰা ।
ক) ভাৰতৰ উত্তৰৰ পাৰ্বত্য অঞ্চল ।
উত্তৰঃ ভাৰতৰ উত্তৰ পাৰ্বত্য় অঞ্চল বুলি ক'লে হিমালয় পৰ্বত আৰু তাৰ ঠাল-ঠেঙুলিবোৰকে বুজা যায়। হিমালয় পৰ্বতমালাই ভাৰতৰ উত্তৰ সীমা সম্পৰ্ণৰূপে আগুৰি আছে। এই পৰ্বততে আছে পৃথিৱীৰ আটাইতকৈ ওখ শৃংগ মাউন্ট এভাৰেষ্ট। ইয়াৰ শৃংগবোৰ অনৰবৰতে বৰফেৰে আবৃত হৈ থাকে। হিমালয়ৰ পাদপেশত নানা তৰহৰ গছ-গছনি, লতা, ঘাঁহ-বন আদিৰে ভৰা অৰণ্য় দেখিবলৈ পোৱা যায়। বৰফৰে আবৃত হৈ থাকে বাবে এই অঞ্চলৰ জলবায়ু শীতল। জনবসতি আছে যদিও সেৰেঙা।
খ) পশ্চিমৰ শুকান মৰুভূমি অঞ্চল ।
উত্তৰঃ সমতল হ'লেও ভাৰতৰ পশ্চিম অংশত বৰষুণ কমকৈ হয়। বৰষুণ কম হোৱা বাবে ইয়াৰ জলবায়ু শুকান; সেইবাবে ইয়াত গৰম বেছি। সেয়ে এই অঞ্চলটো শুকান, বালিময়। গছ-গছনি প্ৰায় নায়েই বুলিব পাৰি। কাঁইটীয়া, কেকটাছজাতীয় গছহে পোৱা যায়। নদ-নদীও প্ৰায় নায়েই। উট এই অঞ্চলৰ বাসিন্দাসকলৰ প্ৰধান বাহন। ভাৰতৰ এই অঞ্চলটোতে থকা ৰাজস্থান ৰাজ্য়ত থৰ মৰুভূমি অৱস্থিত।
গ) ভাৰতৰ উল্লেখযোগ্য কীৰ্তিচিহ্ন ।
উত্তৰঃ পৃথিৱীৰ সাতটা আচৰিত বস্তুৰ ভিতৰত অন্য়তম তাজমহল আমাৰ ভাৰততে আছে। তদুপৰি কুতুবমিনাৰ, লালকিল্লা, জুমা মছজিদ, পঞ্চমহল, সাঁচীৰ স্তূপ, অজন্তা-ইলোৰা গুহাৰ বেৰত অংকন কৰা চিত্ৰ আদি ভাৰতৰ উল্লেখযোগ্য় কীৰ্তিচিহ্ন।
৬। ভাৰতৰ চাৰিসীমাটো লিখা ।
উত্তৰঃ ভাৰতৰ উত্তৰে আছে সুউচ্চ হিমালয় পৰ্বত, লগতে চীন, তিব্বত, নেপাল আৰু ভূটান আদি দেশ। দক্ষিণে আছে বিশাল ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা, পূবে আছে ম্য়ানমাৰ, বাংলাদেশ আদি দেশ আৰু বংগোপসাগৰ। পশ্চিমে আছে আফগানিস্তান, পাকিস্তান আৰু আৰব সাগৰ।
৭। ভাৰতত প্ৰচলিত ধৰ্মসমূহৰ নাম লিখা ।
উত্তৰঃ হিন্দু, ইছলাম, খ্ৰীষ্টান, বৌদ্ধ, শিখ আৰু জৈন ধৰ্ম।
৮। ভাৰতৰ প্ৰাকৃতিক ভাগ কেইটা আৰু কি কি ? যিকোনো এটাৰ বিষয়ে বহলাই লিখা ।
উত্তৰঃ ১) উত্তৰ পাৰ্বত্য় অঞ্চল, ২) মাজৰ সমভূমি অঞ্চল, ৩) পশ্চিমৰ শুকান মৰুভূমি অঞ্চল, ৪) দক্ষিণৰ মালভূমি অঞ্চল, ৫) উপকূল অঞ্চল।
ভাৰতৰ উত্তৰৰ পাৰ্বত্য অঞ্চলঃ ভাৰতৰ উত্তৰ পাৰ্বত্য় অঞ্চল বুলি ক'লে হিমালয় পৰ্বত আৰু তাৰ ঠাল-ঠেঙুলিবোৰকে বুজা যায়। হিমালয় পৰ্বতমালাই ভাৰতৰ উত্তৰ সীমা সম্পৰ্ণৰূপে আগুৰি আছে। এই পৰ্বততে আছে পৃথিৱীৰ আটাইতকৈ ওখ শৃংগ মাউন্ট এভাৰেষ্ট। ইয়াৰ শৃংগবোৰ অনৰবৰতে বৰফেৰে আবৃত হৈ থাকে। হিমালয়ৰ পাদপেশত নানা তৰহৰ গছ-গছনি, লতা, ঘাঁহ-বন আদিৰে ভৰা অৰণ্য় দেখিবলৈ পোৱা যায়। বৰফৰে আবৃত হৈ থাকে বাবে এই অঞ্চলৰ জলবায়ু শীতল। জনবসতি আছে যদিও সেৰেঙা।
অধ্যায় ৮
প্ৰশ্নাৱলীঃ
উত্তৰঃ পৰাধীন মানে হৈছে আনৰ তলতীয়া হৈ থকা।
২। স্বাধীনতা বুলিলে কি বুজা ?
৩। বৰ্ণ-বিদ্বেষ বিৰোধী আন্দোলন মানে কি ?
উত্তৰঃ বৰ্ণ-বিদ্বেষ বিৰোধী আন্দোলন মানে মানুহৰ জাত-পাত, উচ্চ-নীচ নীতি-নিয়মৰ বিৰুদ্ধে হোৱা আন্দোলন।
৪। প্ৰথম বিশ্বযুদ্ধ কোন চনত হৈছিল?
উত্তৰঃ ১৯১৪ চনত প্ৰথম বিশ্ব যুদ্ধ আৰম্ভ হৈছিল।
৫। ভাৰতীয় জাতীয় কংগ্ৰেছ নামৰ সংগঠনটো কোন চনত জন্ম/গঠিত হৈছিল ?
উত্তৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছ নাম সংগঠনটো জন্ম হৈছিল ১৮৮৫ চনত।
৬। মহাত্মা গান্ধীয়ে কোন চনত জাতীয় কংগ্ৰেছৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল ?
উত্তৰঃ দেশৰ জনসাধাৰণে একতাৰে লগ হৈ কোনো অন্য়ায়-অনীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি সেই অন্য়ায়-অনীতি নোহোৱা কৰিব বাবে কৰা চেষ্টাকেই আন্দোলন বোলে।
৮। গান্ধীজীৰ আন্দোলনৰ মূলমন্ত্ৰ কি ?
উত্তৰঃ গান্ধীজীৰ আন্দোলনৰ মূলমন্ত্ৰ হৈছে অহিংস।
৯। আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল ?
উত্তৰঃ ১৯৩০ চনৰ মাৰ্চ মাহত আইন অমান্য় আন্দোলন আৰম্ভ কৰিছিল।
১০। ভাৰত ত্যাগ আন্দোলন কোন চনত আৰম্ভ হৈছিল ?
উত্তৰঃ ১৯৪২ চনত ভাৰত ত্য়াগ আন্দোলনৰ আৰম্ভ হৈছিল।
১১। জালিৱানৱালাবাগৰ হত্যাকাণ্ডৰ মূল ইংৰাজ বিষয়া গৰাকীৰ নাম কি ?
১২। অসহযোগ আন্দোলনৰ ওপৰত এটি টোকা লিখা। (শিক্ষক-শিক্ষয়িত্ৰীয়ে সহায় কৰি দিব)
উত্তৰঃ মহাত্মা গান্ধীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্ব লৈ ১৯২০ চনত ইংৰাজ চৰকাৰৰ বিৰুদ্ধে 'অসহযোগ' নামৰ এক আন্দোলন আৰম্ভ কৰিলে। ইংৰাজ চৰকাৰে ১৯১৪ চনত 'ভাৰত ৰক্ষা আইন' আৰু ১৯১৯ চনত 'ৰাওলাট আইন' নামৰ দুখন আইন প্ৰচলন কৰিছিল। এই আইন দুখনক ভাৰতীয় মানুহে বেয়া পাইছিল।
এনে সময়তে ১৯১৯ চনৰ ১৩ এপ্ৰিল তাৰিখে পঞ্জাৱৰ জালিৱানৱালাবাগ নামৰ ঠাইত ইংৰাজৰ অন্য়ায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বহু হাজাৰ মানুহ গোট খাইছিল।
১৩। মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ কাৰণ কি আছিল ?
উত্তৰঃ সমগ্ৰ দেশতে ইংৰাজ চৰকাৰে আন্দোলনকাৰীসকলক নিষ্ঠুৰভাৱে দমন কৰিছিল। এনে অত্য়াচাৰত অতিষ্ট হৈ উত্তৰ প্ৰদেশৰ চৌৰীচৌৰা নামে ঠাইত আন্দোলনকাৰী কৃষকসকলে এটা পুলিচ চকী জ্বলাই দিলে। এই ঘটনাত ভালে সংখ্য়ক পুলিচ-চিপাহী মৃত্য়ু ঘটে। গান্ধীজীয়ে অসহযোগ আন্দোলনটো অহিংসভাৱে চলাটো বিচাৰিছিল। চৌৰীচৌৰাত হোৱা ঘটনাৰ পিছত মহাত্মা গান্ধীয়ে ভাৰতৰ অসহযোগ আন্দোলন বন্ধ কৰিবলগীয়া হৈছিল।
১৪। গান্ধীজীয়ে আইন অমান্য আন্দোলন আৰম্ভ কৰিবলৈ কি কাৰ্য্যসূচী গ্ৰহণ কৰিছিল? সেই আন্দোলনত মহাত্মা গান্ধীক সংগ দিয়া অসমীয়া স্বাধীনতা সংগ্ৰামীজনৰ নাম কি আছিল ?
উত্তৰঃ ১৯৩০ চনত মাৰ্চ মাহত আিন অমান্য় আন্দোলন আৰম্ভ হৈছিল। মাৰ্চ মাহৰ ১২ তাৰিখে গান্ধীয়ে গুজৰাটৰ সবৰমতী আশ্ৰমৰ পৰা ২৪১ মাইল দূৰৈৰ সাগৰৰ পৰা দাণ্ডী নামৰ ঠাইখনলৈ যাত্ৰা কৰিলে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত এই যাত্ৰাক 'দাণ্ডী যাত্ৰা' নামেৰে জনা যায়। গান্ধীজীৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্য়ৰ ৭৮ জন স্বাধীনতা সংগ্ৰামীয়ে এই যাত্ৰাত অংশগ্ৰহণ কৰিছিল। তাৰে ভিতৰত আমাৰ অসমৰ লীলাধৰ বৰুৱা নামৰ এজন স্বাধীনতা সংগ্ৰামীয়েও গান্ধীৰ লগত দাণ্ডীলৈ গৈছিল।
১৫। ভাৰত ত্যাগ আন্দোলনৰ কাহিনী চমুৱাই লিখা। (শিক্ষক-শিক্ষয়িত্ৰীয়ে সহায় কৰি দিব)
অধ্যায় ৯
উত্তৰঃ কুটীৰ শিল্প মানে হৈছে ঘৰতে কোনো নতুন ৰূপত সৃষ্টি কৰা শিল্প কৰ্ম।
উত্তৰঃ কোনো এটা বস্তু নতুন ৰূপত সৃষ্টি কৰিবলৈ হ'লে তাৰবাবে কিছুমান বস্তু লাগিব। এইবোৰক কেঁচামাল বোলে।
গ) মৃৎ শিল্পৰ কেঁচামাল কি ?
উত্তৰঃ মৃৎ শিল্পৰ কেঁচামাল হ'ল মাটি।
ঘ) উৎপাদিত বস্তু কাক বােলে ?
উত্তৰঃ যিবোৰ বস্তু নতুনকৈ সৃষ্টি কৰা হয় সেইবোৰক উৎপাদিত বস্তু বোলে।
ঙ) অসমৰ কোনটো অঞ্চল বাঁহ শিল্পৰ বাবে বিখ্যাত ?
উত্তৰঃ অসমৰ নলবাৰী অঞ্চল বাঁহ শিল্পৰ বাবে বিখ্য়াত।
চ) অসমত কাঁহ আৰু পিতল শিল্পৰ বাবে বিখ্যাত ঠাই দুখনৰ নাম লিখা ।
উত্তৰঃ বৰপেটা জিলাৰ সৰ্থেবাৰী কাঁহ শিল্প আৰু কামৰূপ জিলাৰ হাজো পিতলৰ শিল্প।
ক) অসমৰ _______ পাট - মুগাৰ কাপােৰৰ বাবে সমগ্ৰ ভাৰতত বিখ্যাত ।
খ) ধুবুৰী জিলাৰ আশাৰীকান্দি _______ শিল্পৰ বাবে বিখ্যাত ।উত্তৰঃ মৃৎশিলপৰ।
গ) অসমৰ _______ মুখা শিল্পৰ বাবে বিখ্যাত ।
ঘ) ডলা, কুলা, চালনী আদি _______ শিল্পৰ উৎপাদিত বস্তু ।
ঙ) কুটীৰ শিল্পই প্রাকৃতিক পৰিৱেশ নষ্ট _______।
৩। চাৰিবিধ অসমীয়া গহনাৰ নাম লিখা ।
উত্তৰঃ জোনবিৰি, ঢোলবিৰি, মাদুলী, গামখাৰু।
৪। অসমৰ যিকোনাে দুবিধ কুটীৰ শিল্পৰ বিষয়ে লিখা ।
উত্তৰঃ মৃৎশিল্পঃ মৃৎশিল্পৰ মাটিৰে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা হয়। অসমৰ বহুতো ঠাইত এই শিল্প আছে যদিও ধুবুৰী জিলাৰ আশাৰীকান্দি মৃৎশিল্পৰ বাবে বিখ্য়াত। গোৱালপাৰা পৰা মাজুলীও এই শিল্পৰ ক্ষেত্ৰত আগবঢ়া।
কমাৰ-শিল্পঃ কমাৰ-শিল্প অসমৰ প্ৰায় সকলো ঠাইতে আছে। কমাৰ-শিল্পত তৈয়াৰী দা, কটাৰী, কাচি, কোৰ, কুঠাৰ, খন্তি আদি ঘৰৰ বিভিন্ন কামত ব্য়ৱহাৰ কৰা হয়।
৫। কুটীৰ শিল্পৰ পাঁচোটা সুবিধা লিখা ।
উত্তৰঃ ১। কুটীৰ শিল্প নিজৰ ঘৰতে গঢ়ি তুলিব পাৰি।
২। এই শিল্পৰ বাবে প্ৰয়োজন হোৱা কেঁচামাল ওচৰে-পাঁজৰে সহজতে পাব পাৰি।
৩। কম সংখ্য়ক শ্ৰমিকৰ প্ৰয়োজন হয়।
৪। অতি কম মূলধনেৰে এনে শিল্প গঢ়ি তুলিব পাৰি।
৫। কুটীৰ-শিল্পই প্ৰাকৃতিক পৰিৱেশ নষ্ট নকৰে।
৬। কুটীৰ শিল্পই সন্মুখীন হােৱা সমস্যাবােৰৰ বিষয়ে চিন্তা কৰি চমুকৈ লিখা ।
অধ্যায় ১০
নিৰ্বাচনৰ ধাৰণা
১। ৰাজ্য এখন ঠিকমতে চলি থাকিবলৈ কি ব্যৱস্থাৰ প্রয়ােজন হয়?
উত্তৰঃ নিৰ্বাচন মানে হ'ল এটা বাছনি প্ৰক্ৰিয়া বা পদ্ধতি, যি পদ্ধতিৰ জৰিয়তে দেশৰ শাসন কাৰ্যত অংশ লোৱাৰ বাবে কিছুমান মানুহক বাছনি কৰা হয়।
৩। আমাৰ দেশত কিমান বছৰ বয়সৰপৰা নিৰ্বাচনত অংশ ল’ব পাৰি?
৪। নির্বাচনৰ ক্ষেত্ৰত প্রয়ােজন হােৱা সামগ্রী কেইপদমানৰ নাম লিখা।
উত্তৰঃ ৰাইজ, ৰাজনৈতিক দল, ৰাইজৰ প্ৰতিনিধি, বেলট কাগজ, বেলট বক্স, ভোটিং মেচিন আদি।
৫। নির্বাচনত কোনে জয়লাভ কৰে?
উত্তৰঃ নিৰ্বাচনত যোন প্ৰাৰ্থীয়ে বেছি ভোট প্ৰায় তেওঁ জয়লাভ কৰে।
৬। আমাৰ দেশৰ বৰ্তমান ৰাষ্ট্রপতিগৰাকীৰ নাম লিখা।
৭। আমাৰ দেশৰ বর্তমান প্রধানমন্ত্রীগৰাকীৰ নাম লিখা।
৮। আমাৰ ৰাজ্যৰ বৰ্তমান ৰাজ্যপালগৰাকীৰ নাম লিখা।
৯। আমাৰ ৰাজ্যৰ বর্তমান মুখ্যমন্ত্ৰীগৰাকীৰ নাম লিখা।
উত্তৰঃ হিমন্ত বিশ্ব শৰ্মা।
অধ্যায় ১১
যন্ত্ৰশিল্প বা উদ্যোগ
(ক) যন্ত্ৰ শিল্প কাক বোলে?
উত্তৰঃ যন্ত্ৰৰ সহায়ত যিকোনো বস্তু এটাক নতুন ৰূপ দিয়াকে যন্ত্ৰ শিল্প বোলে।
(খ) তেল শোধনাগাৰৰ কেঁচামাল কি?
(গ) সাৰ কাৰখানাৰ প্ৰধান কেঁচামাল কি?
(ঘ) মৰাপাট উদ্যোগত উৎপাদিত দুবিধ বস্তুৰ নাম লিখা।
(ঙ) অসমৰ প্রধান খনিজ সম্পদ কি?
(চ) অসমক কিয় পনীয়া সােণৰ দেশ বােলা হয়?
উত্তৰঃ খাৰুৱা তেল অধিক পৰিমাণে পোৱা যায় বাবে অসমমক পনীয়া সোণৰ দেশ বুলি কোৱা হয়।
(ছ) ভাৰতৰ প্ৰথমটো তেল শােধনাগাৰ ক’ত স্থাপন কৰা হৈছিল?
উত্তৰঃ ডিগবৈ তেল শোধানাগাৰ।
(জ) কাগজ উদ্যোগৰ প্রধান কেঁচামাল কি?
(ঝ) অসমৰ ক'ত মৰাপাট উদ্যোগ আছে?
উত্তৰঃ অসমৰ নগাঁও জিলাৰ শিলঘাটত নামৰ স্থানত।
(ঞ) চিমেন্ট উদ্যোগৰ কেঁচামাল কি?
(ক) উদ্যোগত বস্তু উৎপাদনৰ বাবে কেঁচামালৰ ৰ প্রয়ােজন ।
(খ) অসমত ৪ টা তেল শােধনাগাৰ আছে।
(গ) কাৰ্বি আংলং জিলাৰ বোকাজান ত চিমেন্ট উদ্যোগ আছে।
(ঘ) ডিব্ৰুগড় জিলাৰ নামৰূপত ত সাৰ কাৰখানা আছে।
(ঙ) হাইলাকান্দি জিলাৰ _______ ত কাগজ উদ্যোগ আছে।
(চ) অসমত সৰু-ডাঙৰ প্রায় পঞ্চগ্ৰামত খন চাহ বাগিচা আছে।
৩। বনজ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দুটা উদ্যোগৰ নাম লিখা।
উত্তৰঃ কাগজ উদ্য়োগ আৰু প্লাইউদ উদ্য়োগ।
৪। খনিজ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দুটা উদ্যোগৰ নাম লিখা।
উত্তৰঃ গেছ প্লান্ট আৰু লো-তীখা উদ্য়োগ।
৫। কৃষিজ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দুটা উদ্যোগৰ নাম লিখা ।
উত্তৰঃ চাহ উদ্য়োগ আৰু আৰু মৰাপাটৰ উদ্য়োগ।
৬। উদ্যোগ স্থাপনৰ বাবে কি কি বস্তুৰ প্রয়ােজন হয়?
উত্তৰঃ উদ্য়োগ স্থাপনৰ বাবে কেঁচামালৰ প্ৰয়োজন। উন্নতমানৰ যন্ত্ৰপাতিৰ প্ৰয়োজন হয়।
৭। অসমৰ তেল শােধনাগাৰ থকা ঠাইসমূহৰ নাম লিখা।
উত্তৰঃ ডিগবৈ, নুনমাটি, বঙাইগাঁও আৰু নুমলিগড়।
উত্তৰঃ অসম চাহ উদ্য়োগৰ বাবে বিখ্য়াত। ভাৰতৰ মুঠ চাহ উৎপাদনৰ প্ৰায় আধাভাগ চাহ অসমত উৎপাদন কৰা হয়। অসমত প্ৰায় আঠশখন সৰু-ডাঙৰ চাহ বাগিচা আছে। এই বাগিচাসমূহৰ পৰা চাহগছৰ কোমল পাত সংগ্ৰহ কৰি কাৰখানাত গুড়ি চাহ উৎপাদন কৰা হয়। ডাঙৰ-ডাঙৰ বাগিচাসমূহত এনে কাৰখানা আছে।
উত্তৰঃ অসমত খাৰুৱা তেল পোৱা যায়। ই অসমৰ প্ৰধান খনিজ সম্পদ। খাৰুৱা তেল অধিক পৰিমাণে পোৱা যায় বাবে অসমক পনীয়া সোণৰ দেশ বোলা হয়। এই খাৰুৱা তেলৰ ওপৰত ভিত্তি কৰি অসমত চাৰিটা তেল শোধানাগাৰ আছে। তেল শোধানাগাৰত ভূগৰ্ভৰ পৰা আহৰণ কৰা খাৰুৱা তেল শোধন কৰি বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা হয়, যেনেঃ পেট্ৰ'ল, ডিজেল, কেৰাচিন, নেফ্থা, ফেনাইল, ৰন্ধন গেছ।
উত্তৰঃ অসমত মৰাপাটৰ খেতি প্ৰচুৰ পৰিমাণে হয়। কৃষিৰ পৰা পোৱা মৰাপাটৰ পৰা মৰাপাটৰ উদ্য়োগত বিভিন্ন বস্তু প্ৰস্তুত কৰা হয়। অসমৰ নগাঁও জিলাৰ শিলঘাটত এটা মৰাপাট উদ্য়োগ স্থাপন কৰা হৈছে। এই উদ্য়োগত ৰছী, থৈলা, কাৰ্পেট আদু বিভিন্ন ধৰণৰ বস্তু প্ৰস্তুত কৰা হয়।
উত্তৰঃ অসমৰ জনবায়ু বাঁহ গছৰ বাবে উপযোগী। সেয়ে ইয়াত যথেষ্ট পৰিমাণে বাঁহ গছ হয়। বাঁহ গছৰ ওপৰত ভিত্তি কৰি অসমত প্ৰথমটো কাগজ উদ্য়োগ বঙাইগাঁও জিলাৰ যোগাঘোপাত প্ৰতিষ্ঠা কৰা হৈছিল। অৱশ্য়ে বৰ্তমান এই উদ্য়োগটো বন্ধ হৈ আছে। মৰিগাঁও জিলাৰ জাগীৰোড আৰু হাইলাকান্দি জিলাৰ পঞ্চগ্ৰামত অসমৰ দুটা কাগজ উদ্য়োগ আছে। এই উদ্য়োগ দুটাও সম্প্ৰতি অচল অৱস্থাত আছে।