ইয়াৰ জৰিয়তে আমাৰ বিদ্যালয়ৰ প্রথম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ সকলো বিষয়ৰ সমাধান প্রদান কৰা হয় । এই ব্যৱস্থা অভিভাৱক সকলোৰ সুবিধার্থে কৰা হৈছে যাতে সকলো অভিভাৱকে নিজৰ নিজৰ ল'ৰা ছোৱালীক ঘৰতে বহি পাঠবোৰ আয়ত্ব কৰাত ছাত্র-ছাত্রীক সহায় কৰিব পাৰে ।