Lesson ১
লাহে লাহে
ক্ৰিয়া কলাপঃ
⚪ অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁঃ
টিং = শিখৰ
দেশান্তৰ = অন্য দেশ
বক্তৃতা = সভাত কোৱা কথা; ভষণ
আপুনি = স্বয়ং; নিজে
(1) প্ৰথমে কোৱাঁ, তাৰ পাছত লিখাঁঃ
ক) পৰ্বতৰ টিং কেনেকৈ পাবগৈ পাৰি ?
খ) পুথি-পাঁজিবোৰ কেনেদৰে লিখা হয় ?
গ) দীঘল কাপোৰখন কেনেদৰে বোৱা হয় ?
(২) পঢ়াঁ, বুজা আৰু লিখাঁঃ
এক খোজ - এখোজ
এক ভৰি - এভৰি
এক ডাল - এডাল
এক টোপ - এটোপ
এক টি - এটি
এক আষাৰ - এআষাৰ
দুই খোজ - দুখোজ
দুই ভৰি - দুভৰি
দুই ডাল - দুডাল
দুই টোপ - দুটোপ
দুই টি - দুটি
দুই আষাৰ - দুআষাৰ
(৩) লাহে লাহে আগ বাঢ়া কৰি মন ডাঠ
আধৰুৱা এষাৰো নেৰিবা
তোমাৰ অচীন আজি বহু পুথি-পাঁজি
সময়ত আপুনি দেখিবা।
ওপৰৰ পদ্যাংশৰ অৰ্থ গদ্যত বুজাই লিখাঁ
(৪) খালী ঠাই পূৰ কৰাঁঃ
(ক) কৰি বাঢ়ি গৈ গৈ
দেখা পোৱা গছজুপি।
(খ) এষাৰ পঢ়ি পঢ়ি
আন সকলো পাহৰি।
(৫) অভিধান চাই অৰ্থ লিখাঃ
প্ৰবাহিত, পৰিহৰি, অচীন ।
(৬) ক-অংশৰ লগত খ-অংশ মিলোৱাঁ ঃ
ক-অংশ খ-অংশ
গছ - টাৰি
বাঢ়নী - জাক
চৰাই - টো
কল - জোপ
চাদৰ - খন
ধাননী - থোক
কলম - টাৰ
চুলি - ডৰা
Lesson 2
জয়মতি কোৱৰী
ক্ৰিয়া কলাপ
〇 অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ ঃ
মৌন = নীৰৱ
কীৰিতি = যশ; খ্যাতি
মুগ্ধ = মোহিত
আচল = প্ৰকৃত; প্ৰধান
নিৰ্মান = প্ৰস্তুত কৰা কাৰ্য
অংগক্ষত = শৰীৰৰ কোনো অংগত অস্ত্ৰ আদৰি লগোৱা বা হোৱা্ ঘুণ
(১) প্ৰথমে কোৱা তাৰ পাছত লিখা ঃ
(ক) প্ৰথমে অসমীয়া চিনেমাখনৰ নাম কি? এইখন কোনে নিৰ্মান কৰিছিল?
(খ) জয়মতীক শাস্তি দিয়া পথাৰখনৰ নাম কি?
(গ) গদাপাণি কোৱঁৰ কিয় নগা পৰ্ৱতলৈ পলাই যাৱ লগা হৈছিল?
(ঘ) জয়মতিক স্বৰ্গদেউৰ চাঙদাঙে কিয় শাস্তি দিছিল? সেই শাস্তিৰ পৰিণতি কি হ'ল?
(2) পাঠত থকা 'কীৰিতি' শব্দটো আহিছে শংস্কৃত ভাষাৰ 'কীতৃ' শব্দৰপৰা ।তলৰ শব্দবোৰৰপৰা সৃৃষ্টি হোৱা অসমীয়া ভাষাৰ শব্দবোৰ লিখাঁ।
কৰ্ম --
ধৰ্ম --
গ্ৰাম --
হস্ত --
স্বৰ্ণ --
বৰ্ণ --
কৰ্ণ --
[৩] 'লুইত' মানে বহ্মপুত্ৰ। বহ্মপুত্ৰ নদীক লৈ বহুতো গীত আৰু কবিতা ৰচিত হৈছে। তেনে কেইতামান গীত আৰু কবিতা বিচাৰি উলিয়াই সংগ্ৰহ কৰাঁ।
[৪] আহোম যুগৰ আন এগৰাকী মহীয়সী নাৰী মূলাহগাভৰু। শিক্ষকৰ সহায়ত তেওঁৰ বিষয় জানি লোৱা আৰু চমুকৈ লিখাঁ।
[৫] চমুটোকা লিখাঁ
ক) স্বৰ্গদেউ চুূলিকফা খ) জেৰেঙা পথাৰ গ) গড়গাও ঘ) ৰুদ্ৰসিংহ
[৬] উদাহৰণত দেখুওৱাৰ দৰে নতুন শব্দ গঠন কৰা ঃ
উদাহৰণ ঃ কোঁৱৰ - কুঁৱৰী
ৰজা, ল'ৰা, মহান, বান্দৰ, অজলা, অঁকৰা, কলা।
[৭] ক-অংশৰ লগত খ-অংশ মিলোৱাঁ ঃ
ক-অংশ খ-অংশ
দঁতাল আইচু
বোন্দা চেঁউৰী
শৰ জলগুই
দমৰা মাখুন্দী
ঘঁৰিয়াল জাই
গোহাই ভেলেঙী
[৮] অভীধান চাই অৰ্থ উলিওৱাঁ ঃ
মচগুল, উজ্জ্বল , অভ্যাস, বিসৰ্জন
[৯] বাক্য ৰচনা কৰঁ ঃ
এখোজ-দুখোজকৈ, একে লেঠাৰিয়ে, উচ্চস্বৰে, মচগুল।
Lesson 3
পখীৰ মেকুৰী পোৱালি
⚪ অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ ঃ
কাহ = ডিঙিত হোৱা এবিধ অসুখ
কাঁহ = এবিধ ধাতু
কথা = মাত, বচন
কঠা = মাটিৰ জোখ
কঁথা = বহুত ফটা কাপোৰ জাপ জাপকৈ লগ লগাই সী কৰা আৰু শোওঁতে জাৰ গুচাবলৈ লোৱা ডাঠ কাপোৰ
[১] প্ৰথমে কোৱা আৰু, তাৰ পিছত লিখাঁ ঃ
ক) বিৱা খাবলৈ যাওঁতে মাক-দেউতাকে পখীক কাৰ লগত থৈ গৈছিল ?
খ) ৰমলা পেহীয়েকে পখীক কি খাবলৈ দিছিল ?
গ) জলপান খাবলৈ মাতোঁতে পখীয়ে ফেঁকুৰি কিয় কান্দিছিল ?
ঘ) ৰমলা পেহীয়েকে পখীৰ লগত খেলা খেলবিধৰ নাম কি আছিল ?
ঙ) পখীয়ে বাৰীৰ জোপোহাটোৰ কাষত পোৱা পোৱালিটো কিহৰ পোৱালি আছিল ?
চ) পখীৰ মাকহঁত কেতিয়া ঘৰলৈ ঘূৰি আহিল ?
ছ) মাকহঁত ঘৰলৈ ঘূৰি অহাৰ সময়ত পখীয়ে কি কৰি আছিল ?
জ) পখীৰ মেকুৰী পোৱালিটোৰ কি হ'ল ?
ঝ) 'পখীৰ মেকুৰী পোৱালি' নামৰ কাহিনীটো তোমাৰ ভাষাৰে লিখাঁ ।
[২] একে অৰ্থ বুজডোৱা শব্দবোৰ মিলাই লিখাঁ ঃ
পখী = ৰান্ধনীঘৰ
গধূলি = খোটালি
পাহাৰ = চৰাই
পাকঘৰ = সন্ধিয়া
পথাৰ = পৰ্বত
খিৰিকী = প্ৰান্তৰ
কোঠা = বতায়ন
পখী = চৰাই
গধূলি =
পাহাৰ =
পাকঘৰ =
পথাৰ =
খিৰিকী =
কোঠা =
[৩] বাক্য ৰচনা কৰা
অকলশৰীয়া, বাটে-ঘাটে, ফেঁকুৰি-ফেঁকুৰি, ভুৰুংকৈ, কুচি-মুচি ।
[৪] বিপৰীত অৰ্থ লিখা ঃ
আজি - বেজাৰ
দুখ - কান্দোন
হাঁহী - পিছফাল
বেয়া - নিৰাশা
আগফাল - ভাল
আশা - সুখ
আজি - কালি
দুখ -
হাঁহী -
আনন্দ -
বেয়া -
আগফাল -
আশা -
[৫] খালী ঠাই পূৰ কৰাঁ ঃ
ধান থোৱা ঘৰ =
নঙলা মুখত বাঁহেৰে
বৈ দিয়া বেৰ =
ভাত-পানী ৰন্ধা ঘৰ =
নঙলা মুখৰপৰা
ঘৰলৈ দীঘল বাট =
[৬] পঢ়া, বুজা আৰু লিখাঁ ঃ
অঁকৰা = আঁকৰী
পেহা =
খুৰা =
কলা =
কণা =
মহাশয় =
শ্ৰদ্ধেয় =
পূজনীয় =
মাক =
ডেকা =
[৭] পঢ়া, বুজা আৰু খালী ঠাই পূৰ কৰাঁ, তাৰ পাছত কি হয় চোৱাঁ।
মেকিৰীৰ গোতেই গাটো মিহি ঢকা। মুখখন আৰু ইহঁতৰ দুপাৰি চোকা আছে। কাণ দুখন সৰু আৰু । ঠেঙত জোঙা আছে; দীঘল এডালো আছে। মুখত দুকোচা দীঘল আছে। ইহঁতৰ ঘ্ৰাণ শক্তি । উম লগা কোমল ঠাইত ভাল পায়। চকু দুটা আৰু । মানুহে খোৱা প্ৰায়বোৰ খায়। ভজা আৰু গাখীৰ খাই বৰ ভাল পায়। সুবিধা পালে কৰি খাবলৈও নেৰে। পানী জিভাৰে খায়; কিন্তু পানীলৈ বৰ কৰে। মেকুৰী প্ৰাণী, অৰ্থাত সহজে মানে। য'তেই
বসতি, ত'তেই ইহঁতে থাকে। পৃথিৱীৰ সকলো মেকুৰী পোৱা যায়। অৱশ্যে মেকুৰীও আছে । ইহঁতে গছ পাৰে। মেকুৰী চিকাৰী । এন্দুৰ, আদি মাৰি গৃহস্থৰ উপকাৰ সাধন কৰে। মানুহৰ জন্তু।
[৮] তুমি ভালপোৱা এবিধ জন্তুৰ বিষয় ৰচনা লিখাঁ।
Lesson 4
ভোগালী বিহু
〇 অৰ্থৰ সৈতে চিনাকি হও আহাঁ ঃ
দুনাই = দ্বিতীয়বাৰ
কাতৰ = দুঃখিত, পীড়িত
বাহী গা = ৰাতিপুৱা স্নান নকৰা গা
কাইলই = কাইলৈল (গদ্যত ব্যৱহাৰ হয়)
খোলা = কলপটুৱাৰে প্ৰস্তুত কৰা দোণা
থাপনা = সেৱা-পূজা আদি কৰিবলৈ পাতি লোৱা ওখ বেদী
কেটেৰা মাত = খঙেৰে টানকৈ মতা মাত
ওমলি = ৰং, ধেমালি কৰি
দন্দ = কাজিয়া
ঠেহপেচ = বেজাৰ পাই মনে মনে কৰা খং
(১০) কবিতাটি মনত ৰাখাঁ।
প্ৰথমে কোৱা, তাৰ পাছত লিখাঁ ঃ
ক) কবিয়ে বায়েকক কিয় নিচেই পুবাই জগাবলৈ কৈছে ?
খ) গা নোধোৱাকৈ থাকিলে কি কৰিব নোৱাৰিব ?
গ) বিহুৰ দিনা কবিয়ে মেজিৰ কাষত কি কৰিব ?
ঘ) কবিয়ে বিহু কিয় বৰ ভাল পায় ?
ঙ) আইতাক কিয় বেজাৰত তলমুয়া হ'ব ?
চ) বিহুৰ দিনা কবিয়ে কাক কাক প্ৰণাম জনাব ?
ছ) বিহুৰ দিনা কবিয়ে বায়েকক কি খুজিব বুলি কৈছে ?
জ) বিহুৰ দিনাৰপৰা নতুন জীবন পাবলৈ কবিয়ে কি শেষ কৰা কথা কৈছে ?
(৩) পঢ়াঁ, বুজা আৰু লিখাঁ ঃ
ভোগা - ভোগালী
তেৰা -
মেঘ -
পূব -
(৪) পঢ়াঁ, বুজা আৰু লিখাঁ ঃ
ৰং - ৰংঘৰ, ৰংমন, ৰংপুৰ, ৰংচঙীয়া
বিহু - , , ,
ৰাজ - , , ,
(৫) ক) ভোগালী বিহুত কবিয়ে কি কি কৰিব। কবিতাটি পঢ়ি লিখাঁ ঃ
খ) ভোগালী বিহুত তুমি কি কি কৰা লিখাঁ ঃ
(৬) পঢ়া আৰু বুজা ঃ
কাইলই = কাইলৈ
আকউ = আকৌ
খাবলই = খাবলৈ
কাললই = কাললৈ
(৭) কাষৰ বাকচৰপৰা উপযুক্ত শব্দ বাছি তলৰ খালী ঠাি পূৰ কৰাঁ ঃ
(মাকৰ বাবে, মাকৰ, মাকে, মাকৰপৰা, মাকক )
ক) মালাক বৰ মৰম কৰে।
খ) তায়ো বৰ ভাল পায়।
গ) বনভোজৰপৰা আহোঁতে মালাই দুপাহ ফুল আনিলে।
ঘ) তাই নিতৌ সজ উপদেশ পায়।
ঙ) তাই আঁচলৰক ধন।
(৮) মাঘৰ বিহুৰ বিষয় দহোটামান বাক্যত এটি টোক লিখাঁ।
(৯) কাতি বিহু কঙালি মাঘৰ বিহু ভোগালী
ব'হাগত হুঁচৰি মাৰে
--- কবিতাফাকিৰ তাৎপৰ্য বুজাই লিখাঁ।
(১০) বাক্য ৰচনা কৰাঁ ঃ
মাহ-প্ৰসাদ, তলমুৱা, চিৰকাল, দুনাই।
Lesson 5
পোহৰ
◯ অৰ্থৰ সৈতে চিনাকি হওঁ আহা ঃ
বিনিময় = সলনি
দোহৰা = আকৈ কোৱা
চিকুণ = সুন্দৰ
সংকত = ডাঙৰ বিপদ, সমস্যা
পৰম্পৰাগত = চলি অহা, ব্যৱহাৰ কৰি অহা
আইন = প্ৰশাসনীয় বিধি-ব্যৱস্থা
প্ৰণয়ন = ৰচনা, নিৰ্মান
নাটনি = অভাৱ, কম হোৱা অৱস্থা
[১] প্ৰথমে কোৱাঁ, আৰু তাৰ পিছত লিখাঁ ঃ
ক) ৰূপম আৰু অৰুণে কি বিষয় আলোচনা কৰি আছিল ?
খ) ৰূপমে অৰুণক কি প্ৰস্তাৱ দিছিল ?
গ) ৰূপমে কিদৰে দিনটো এঘণ্টা বঢ়াই লয় ?
ঘ) অৰুণে কিদৰে শক্তিৰ অপচয় কৰিছ ?
ঙ) পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি কোনবোৰ ?
চ) ৰূপমে সিহঁতৰ কথাৰ মোখনি মাৰিবলৈ কি কৈছিল ?
ছ) খতিপথাৰত ৰাতিপুৱা কাম কৰিলে কিয় বেছি ভাগৰ নালাগে ?
[২] বুজা আৰু লিখাঁ ঃ
মানুহজন = মানুহবোৰ
ৰাম = ৰামহঁত
তই =
তুমি =
মই =
আপুনি =
সি =
তাই =
[৩] তোমালোকে প্ৰতিদিনে ঘৰত যিখিনি সময় পঢ়া-শুনা কৰা তাৰে একোখন দিনলিপি প্ৰস্তত কৰাঁ।
[৪] বুজা আৰু লিখাঁ ঃ
পাৰ (চৰাই) ঃ আমাৰ ঘৰত পাৰচৰাইৰ বাহ আছে।
পাৰ (দাঁতি) ঃ
কাছ (প্ৰাণী) ঃ
কাচ (স্বচ্ছ, ঠুনুকা বস্তু) ঃ
কত ঃ
য'ত ঃ
যত ঃ
[৫] তোমালোকে পাঠত বেঞ্জামিন ফ্ৰেংকলিনৰ নামটো পাইছা। এই পাঠৰ লগত সঙ্গতি থকা আন এজন বিঞ্জানী হ'ল টমাছ আলভা এডিছন। তেওঁ বৈদ্যুতিক বাল্ব সৃষ্টি কৰিছিল। আকৌ ছাৰ আইজাক নিউটনে সূৰ্যৰ পোহৰত সাতোটা ৰং থকা ব৭ুলি প্ৰমান কৰিছিল। এওঁঁলোকৰ বিষয় আৰু কিছু কথা জানি টোকা লিখাঁ।
Lesson 6
বকুল নাৱৰীয়া
〇 অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ ঃ
সুহৃদ = আপোনজন
উছন = ধ্বংস
অভ্যস্ত = অভ্যাস থকা
সাৰথি = সহায়; সংগী
লগী = নাও চলোৱা দীঘল বাঁহ
ভৰুণ = ভৰুপূৰ, পৰিপূৰ্ণ
সুৰুঙা = ফাঁক
উদ্যল = উৎসাহ
পকনীয়া = নৈৰ সোঁতৰ পাক, চাকনৈয়া
কালান্তক = জীৱনৰ কাল শেষ কৰোঁতা, যম
স্বস্তি = সন্তোষ
[১] প্ৰথমে কোৱা, আৰু তাৰ পিছত লিখাঁ ঃ
ক) বকুল নাৱৰীয়া ক'ত বাস কৰিছিল ?
খ) বকুলে গাঁওবাসীক কিদৰে সহায় কৰে ?
গ) বকুলৰ নাওখন কিহেৰে সজা ?
ঘ) 'লগী' মানে কি ?
ঙ) কাৰ মাতত বকুল চক্ খাই উঠিছিল ?
চ) বাৰিষাৰ ভৰা নৈত বকুলে কিয় জাপ মাৰিছিল আৰু তাৰ পিছত কি হৈছিল ?
[২] কোনে, কাক, কিয় কৈছিল ঃ
ক) 'নহয়, মানে দাদাই, এই দিহিংখনৰ কথাকে ভাবি আছোঁ।'
খ) 'হয়হে বকুল, তই ঠিকেই ভাবিছ।'
[৩]বাক্য সাজাঁ ঃ
ইপাৰ-সিপাৰ, কেও- কিছু, ইপদ-সিপদ, বয়-বস্তু, অতিথ্য়, তেজ- মংহৰ আপোন, অভ্যস্ত, আপোন পাহৰা, কালান্তক।
[৪] বুজা আৰু লিখাঁ ঃ
গাওঁ + ৰ =
মানুহ + এ =
নদী + ৰ =
দিহিং + এ =
নাও + এৰে =
দিহিং + অক =
সিপাৰ + অলৈ =
সোঁত + অত =
পাৰ + অৰ + পৰা =
Lesson 7
জোনৰ মৰম
অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ ঃ
নিলগ = আঁতৰ; দূৰ
ৰংমনে = আনন্দমনে
ডেই-পুৰি মৰ্ = জ্বলি-পুকি মৰ
নিতউ = নিতৌ ( পদ্যতহে ব্যৱহাৰ হয় )
[১] প্ৰথমে কোৱাঁ, তাৰ পাছত লিখাঁ ঃ
ক) জোনবাইৰ ক'ত ঘৰ ?
খ) জোনবােয় কাৰ সৈতে বালিঘৰ সাজে ?
গ) লুকাভাকু খেলত জোনবয়ে কজি কৰে ?
ঘ) জোনবায় কিয় ডেই-পুৰি মৰোঁ বুলি কৈছে ?
ঙ) জোনবায়ে কেতিয়া আইতাৰ সাধু শুনে ?
চ) জোনবায়ে কাক 'অকণি সোণাই' বুলি কৈছে ?
[২] ওপৰৰ ক-ৰপৰা চ-লৈ লিখা উত্তৰখিনি লগ লগই কি হয় লিখি চোৱাঁচোন ?
[৩]বাক্য ৰচনা কৰাঁ ঃ
ঘনে ঘনে, বালিঘৰ, লুকাভাকু, জুমি জুমি, মিচিকি মিচিকি।
[৪] বুজা আৰু লখাঁ ঃ
জোন = চন্দ্ৰ
পৃথিৱী =
তৰা =
বেজাৰ =
আইতা =
আকাশ =
[৫] পঢ়া, বুজা আৰু লিখাঁ ঃ
জুন - জোনালী
সুণ -
ৰূপ -
ৰ'দ -
তৰা -
ৰং -
[৬] আকাশ, জোন আৰু তৰাৰ বিষয় কবিতা ৰচনা কৰিবলৈ যত্ন কৰাঁচোন।
[৭] তলত দিয়া উপযুক্ত শব্দটো বিচাৰি খালী ঠাই পূৰ কৰাঁ ঃ
জুমিজুমি, মিচিক্-মাচাক্, ৰিণিক-ৰিণিক, লুকাভাকু।
ক) জোনটোৱে আকাশত ডাৱৰৰ লগত খেলিছে।
খ) সৰু ছোৱালীজনীয়ে কৈ হাঁহি আছে।
গ) ল'ৰাটোৱে মানুহখিনিলৈ চাই আছে।
ঘ) দূৰৰৈ বাঁহীৰ সুৰ শুনা গৈছে।
[৮] বুজা আৰু লিখাঁ ঃ
বালিৰে সজা ঘৰ = বালিঘৰ
খেৰেৰে খজা ঘৰ =
ৰন্ধন কৰ্য কৰিবলৈ সজা ঘৰ =
জিৰাবলৈ সজা ঘৰ =
Lesson 8
আনন্দৰাম বৰুৱা
◯ অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ ঃ
জননী = মাতৃ, মা, জন্মদাত্ৰী
মাধুৰ্য = মধুৰ গুণ, মধুৰতা
চৰ্চা = অভ্যাস, অনুশীলন
বৰঙণি = মহৎ কৰ্যলৈ আগ বঢ়োৱা সাহায্য
নিৰ্জনতাপ্ৰিয় = নিজান পৰিৱেশ ভালপোৱা
জাকৰুয়া = জাক পাতি থকা
সৰ্বোৎকৃষ্ট = শ্ৰেষ্ঠ, সকনোৰে মাজত উত্তম
পাৰদৰ্শিতা = পটুতা, নিপুণতা
আই চি এছ = ইণ্ডিয়ান চিভিল চাৰ্ভিচ (Indian Civil Service)
একাণপতীয়া = আন কোনো ফালে কাণ নকৰাকৈ একান্ত মনেলাগি থকা
পাণ্ডিত্য = পণ্ডিতৰ গুন
সমল = উপাদান
অনুকৰণীয় = ( আনক চাই কৰা কাৰ্য-অনুকৰণ )
অনাহাৰী = খাদ্যৰ অভাৱত থকা লোক
নিৰাশ্ৰয় = য়াৰ আশ্ৰয় নাই
অনুসন্ধিৎসু = অনুসন্ধান কৰিবলৈ ইচ্ছুক
[১] প্ৰথমে কোৱা আৰু তাৰ পিছত লিখাঁ ঃ
ক) আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল ?
খ) ছাত্ৰ অৱস্থাত আনন্দৰাম বৰুৱা কেনে প্ৰকৃতিৰ আছিল ?
গ) আনন্দৰাম বৰুৱাই কেইটামান বৃত্তিৰ নাম লিখাঁ।
ঘ) কি কি কথাৰ পৰা আনন্দৰাম বৰুৱাৰ সংস্কৃত বিষয়ৰ প্ৰতি ৰাপ থকা বুলি বুজিব পাৰি ?
ঙ) আনন্দৰাম বৰুৱা বিলাতলৈ কি উদ্দেশ্যেৰে গৈছিল আৰুূ তাত তেওঁৰ সেই উদ্দেশ্য কিদৰে পূৰণ হৈছিল ?
চ) কি কি কথাৰপৰা আনন্দৰাম বৰুৱাক স্বাধীনচিতীয়া মনৰ মানুহ বুলি বুজিব পাৰি ?
ছ) আনন্দৰাম বৰুৱাই ৰচনা কৰা কেইখনমান গন্থৰ নাম লিখাঁ ?
জ) নোৱাখালীত থাখোঁতে আনন্দৰাম বৰুৱাই সমাজৰ উন্নতিৰ হকে কি কি কাম কৰিছিল ?
[২] কোনে কৈছিল, কাক কৈছিল ঃ
ক) "নহয় দেউতা, সেই ধন আপোনাৰ বুঢ়া কালত লাগিব।"
খ) "আপুনি স্বাধীন মানুহ, কেলেই উঠিব, বহি থাকক।"
গ) "এয়াই মোৰ ভাৰ্যা। এগৰাকী ভাৰ্যা থাকোঁতে আন এগৰাকীক কিদৰে গ্ৰহণ কৰোঁ!"
[৩] চমুটকা লিখাঁ ঃ
কালিদাস, ভৱভূতি, বিশ্বনাৰায়ণ শাস্ত্ৰী, পুৰুষোত্তম বিদ্যাবাগীশ, মেক্সমূলাৰ।
[৪] বিপৰীত অৰ্থ বুজোৱা শব্দ লিখাঁ ঃ
পুৰণি =
চহকী =
পণ্ডিত =
উচ্চ =
সুখ্যাতি =
স্বাধিন =
খৰচ =
গ্ৰহণ =
পৰিশ্ৰমী =
[৫] তলৰ খালী ঠাইবোৰ পূৰ কৰি যুৰীয়া শব্দ গঠন কৰাঁ আৰু উদাহৰণত দেখুওৱাৰ দৰে বাক্য সাজা
কিতাপ-পত্ৰ = অৰ্চনাই নিজৰ কিতাপ-পত্ৰসমূহ পৰিপাটিকৈ ৰাখে
হাই- =
টকা- =
ঘৰ- =
কথা- =
নীতি- =
লিখা- =
মন- =
মাটি- =
[৬] বিপৰীত লিঙ্গ বুজোৱা শব্দ লিখাঁ ঃ
পিতা
স্বামী
ককাইদেউ
বাঘ
পঠা
ক'লা
মুগা
বোন্দা
শ্ৰীমান
ভগৱান
[৭] তলৰ বাক্যবোৰত থকা ভুলবোৰ শুধৰোৱা
ক) তোমাৰ মা ঘৰত আছেনে ?
খ) আইতা ফুৰিবলৈ গ'ল।
গ) যোনে আহিব সোজে আহিব পাৰে।
ঘ)কালি মই গুৱাহাটীলৈ যাম।
ঙ)তোৰ দেউতা ক'ত আছে ?
চ) আজি তুমি আমাৰ ঘৰলৈ আহিবানে নাই ?
ছ)বাইদেৱে বান্ধবী এগৰাকীক লগ কৰিবলৈ গৈছে
[৮] তলৰ বিশেষ্য পদবোৰ বাছি উলিওৱাঁ ঃ
আনন্দৰাম, সমস্যা, গুৱাহাটী, হাট, তেওঁ, মাত্ৰ, সদায়, ভাৰত, সংস্কৃত, চহকী, কিতাপ, ছাত্ৰ, আহিছে, মাধৱ, পণ্ডিত, মধুৰ, কবি।
[৯] বুজাই লিখাঁ ঃ
ক) যি মূলা বাঢ়ে তাৰ দুপাততে চিন।
খ) যত্ন কৰিলে ৰত্ন পায়।
Lesson 9
ঈদ-উল-ফিটাৰ
〇 অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ ঃ
ঈদগাহ = ঈদৰ দিনা মুছলমানসকলে উপাসনা কৰা ঠাই
মিষ্টান = মিঠা আহাৰ
ৰহণ = ৰং
মৰিষণ = ক্ষমা
শুচি = পৱিত্ৰ
সুস্বাদু = সুন্দৰ স্বাদযুক্ত, সোৱাদ লগাল
সংযমিত = সংযম ৰক্ষা কৰি
আপ্যায়িত = আহাৰ আদিৰ সন্তুষ্ট কৰোৱা কাৰ্য
[১] প্ৰথমে কোৱা আৰু, তাৰ পিছত লিখাঁ
ক) ঈদ-উল-ফিটৰ কোনে, কেতিয়া পৰালন কৰে ?
খ) ফিটৰা মানে কি ?
গ) ঈদ-উল-ফিটৰ বোলাৰ কাৰণ কি ?
ঘ) ঈদ-উল-ফিটৰৰ আৰম্ভণি কেনেকৈ হ'ল ?
ঙ) ঈদ-উল-ফিটৰৰ লগত ৰমজানৰ ৰোজৰ কি সম্পৰ্ক আছে ?
চ) ৰোজৰ তাৎপৰ্য কি
ছ) ইছলাম ধৰ্ম মানুহে পালন কৰিবলগীয়া মূল কৰ্তব্যকেইতা কি কি ?
জ) ঈদৰ দিনা ঈদগাহত কিদৰে নামাজ পঢ়া হয় ?
ঝ) ঈদৰ দিনা ইছলাম ধৰ্মৰ লোকসকলে দিনটো কিদৰে আৰম্ভ কৰে ?
ঞ) জাকাত দিয়া মানে কি ?
ট) ঈদৰ দিনা মৃত ব্যক্তিৰ সন্মানৰ্থে কি কৰা হয় ?
ঠ) ঈদৰ লক্ষ্য কি ?
[২] অসমত পালন কৰা ভিন ভিন সম্প্ৰদায়ৰ ধৰ্মীয় উৎসৱসমূহৰ এখন তালিকা প্ৰস্তুত কৰাঁ। ইয়াৰ লগতে উৎসৱসমূহৰ লগত জড়িত সাজ-পোছাক, খাদ্য, গীত-মাত, নীতি-নিয়ম আদ সামৰি চমু টোকা একোটি প্ৰস্তুত কৰাঁ আৰু পাৰিলে উৎসৱ উদযাপনৰ সময়ৰ ছবিও সংগ্ৰহ কৰাঁ।
[৩]চমু টোকা লিখাঁ ঃ
হজৰত মহম্মদ, যীশুখ্ৰীষ্ট, স্বামী বিবেকানন্দ।
[৪] তলৰ বাকচটোত থকা শব্দ আৰু ধাতুবোৰ ব্যৱহাৰ কৰি পাঁচোটামান বাক্য লিখাঁ ঃ
সি, কাগজ, মা, আৰু, বজাৰ, ধুনীয়া, এটা, মাছ, খা, আন, ছবি, কিন্, কৰ্, আক্, খেতি, কল, কিন্তু
ক)
খ)
গ)
ঘ)
ঙ)
[৫] বুজা আৰু লিখাঁ ঃ
নোহোৱা অৰ্থ বুজোৱা ধ্বনি + ক্ৰিয়াপদ = নঞৰ্থক ক্ৰিয়া ক্ৰিয়া পদ
ন + হয় = নহয়
ন + কৰে =
ন (অ) + কামিলা =
ন (অন) + আগত =
ন + দেখা =
ন + নুমাল =
ন + সোধা =
ন + শিকা =
ন + আঁকো =
ন + আনে =
Lesson 9
ঈদ-উল-ফিটাৰ
〇 অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ ঃ
ঈদগাহ = ঈদৰ দিনা মুছলমানসকলে উপাসনা কৰা ঠাই
মিষ্টান = মিঠা আহাৰ
ৰহণ = ৰং
মৰিষণ = ক্ষমা
শুচি = পৱিত্ৰ
সুস্বাদু = সুন্দৰ স্বাদযুক্ত, সোৱাদ লগাল
সংযমিত = সংযম ৰক্ষা কৰি
আপ্যায়িত = আহাৰ আদিৰ সন্তুষ্ট কৰোৱা কাৰ্য
[১] প্ৰথমে কোৱা আৰু, তাৰ পিছত লিখাঁ
ক) ঈদ-উল-ফিটৰ কোনে, কেতিয়া পৰালন কৰে ?
খ) ফিটৰা মানে কি ?
গ) ঈদ-উল-ফিটৰ বোলাৰ কাৰণ কি ?
ঘ) ঈদ-উল-ফিটৰৰ আৰম্ভণি কেনেকৈ হ'ল ?
ঙ) ঈদ-উল-ফিটৰৰ লগত ৰমজানৰ ৰোজৰ কি সম্পৰ্ক আছে ?
চ) ৰোজৰ তাৎপৰ্য কি
ছ) ইছলাম ধৰ্ম মানুহে পালন কৰিবলগীয়া মূল কৰ্তব্যকেইতা কি কি ?
জ) ঈদৰ দিনা ঈদগাহত কিদৰে নামাজ পঢ়া হয় ?
ঝ) ঈদৰ দিনা ইছলাম ধৰ্মৰ লোকসকলে দিনটো কিদৰে আৰম্ভ কৰে ?
ঞ) জাকাত দিয়া মানে কি ?
ট) ঈদৰ দিনা মৃত ব্যক্তিৰ সন্মানৰ্থে কি কৰা হয় ?
ঠ) ঈদৰ লক্ষ্য কি ?
[২] অসমত পালন কৰা ভিন ভিন সম্প্ৰদায়ৰ ধৰ্মীয় উৎসৱসমূহৰ এখন তালিকা প্ৰস্তুত কৰাঁ। ইয়াৰ লগতে উৎসৱসমূহৰ লগত জড়িত সাজ-পোছাক, খাদ্য, গীত-মাত, নীতি-নিয়ম আদ সামৰি চমু টোকা একোটি প্ৰস্তুত কৰাঁ আৰু পাৰিলে উৎসৱ উদযাপনৰ সময়ৰ ছবিও সংগ্ৰহ কৰাঁ।
[৩]চমু টোকা লিখাঁ ঃ
হজৰত মহম্মদ, যীশুখ্ৰীষ্ট, স্বামী বিবেকানন্দ।
[৪] তলৰ বাকচটোত থকা শব্দ আৰু ধাতুবোৰ ব্যৱহাৰ কৰি পাঁচোটামান বাক্য লিখাঁ ঃ
সি, কাগজ, মা, আৰু, বজাৰ, ধুনীয়া, এটা, মাছ, খা, আন, ছবি, কিন্, কৰ্, আক্, খেতি, কল, কিন্তু
ক)
খ)
গ)
ঘ)
ঙ)
[৫] বুজা আৰু লিখাঁ ঃ
নোহোৱা অৰ্থ বুজোৱা ধ্বনি + ক্ৰিয়াপদ = নঞৰ্থক ক্ৰিয়া ক্ৰিয়া পদ
ন + হয় = নহয়
ন + কৰে =
ন (অ) + কামিলা =
ন (অন) + আগত =
ন + দেখা =
ন + নুমাল =
ন + সোধা =
ন + শিকা =
ন + আঁকো =
ন + আনে =
Lesson 11
ঢোলৰ যাদুকৰ
〇 অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ
বাপতি-সাহোন = পৈতৃক সম্পত্তি (চন্দ্ৰকান্ত অভিধানত বাপতি- সাহন বুলিহে আছে)
এমা-ডিমা = কুমলীয়া, নিচেই সৰু ( 'আমা-ডিমা'-চন্দকান্ত অভিধান)
পৰলোক = মৃত্যুৰ পিছত জীৱ য'লৈ যায়; পৰকাল
কাছুটি = তিয়নি
উৎকণ্ঠা = অস্থৰিতা, উগুল-থুগুল, ব্যাকুল
উদ্যোক্তা = আয়োজক
মৰিষণ = ক্ষমা কৰা কাৰ্য
বিমোহিত = বিমুগ্ধ, অতিশয় মুগ্ধ
নশ্বৰ = অচিৰস্থায়ী; ক্ষণস্থায়ী
[১] প্ৰথমে কোৱাঁ, আৰু তাৰ পিছত লিখাঁ ঃ
ক) মঘাই ওজাৰ আছল নাম কি?
খ) নঘাই ওজাৰ জন্ম কত, কেতিয়া হৈছিল?
গ) মঘাই ওজাই সৰুতে কিয় ৰাতিহে ঢোল সিকিছিল?
ঘ) সভাত মঘাই ওজাই একেলগে কেইতা ঢোল বজাইছিল আৰু আটাইকেইটা ঢোল তেওঁ কিদৰে বজাইছিল?
ঙ) সভাত মঘাই ওজাই ঢোলত কি কি শব্দ বজাই শুনাইছিল?
চ) মঘাই ওজাৰ কেতিয়া মৃত্যু হয়?
[২]
ক) পাঠটিত থকা শভাখনৰ বৰ্ণনা তোৌমাৰ নিজৰ ভাষাত দিয়াঁ।
খ) মঘাই ওজাৰ ঘৰুৱা অবস্থাৰ এটি বৰ্ণনা দিয়াঁ।
[৩] চমুটোকা লিখাঁ ঃ
মঘাই ওজা, ঢোল, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা, ধুমুহা-বৰষুণ।
[৪]একোটিকৈ বাক্য সাজাঁ ঃ
বাপতি-সাহোন, অভাৱ-অনাটন, উৎকণ্ঠা, বিৰ দি বাট নোপোৱা, ৰজনজনাই, মুখৰ মাত হৰ, নোহোৱা-নোপোজা, মনপৰাশা, বিমুগ্ধ ।
[৫]
ক) পঢ়া, বুজা আৰু লিখাঁ ঃ
ছেও - ক) ঢোলৰ ছেও শুনি নাচনীৰ তত হেৰাল।
গ) মঘাই ওজাৰ ঢোলৰ ছেৱত সকলো বিমোহি
খ) কাকলিয়ে ঢোলৰ ছেৱে ছেৱে নাচিছে।ত হ'ল।
ভাও -
নাও -
গাঁও -
খ) পঢ়াঁ, বুজা আৰু লিখাঁ ঃ
ৰং - ক) তোমাৰ চোলাৰ ৰংটো বৰ ধুনিয়া।
খ) মোৰ হাতত বিভিন্ন ৰঙৰ পেঞ্চিল আছে।
গ) খুৰা বৰ ৰঙিয়াল মানুহ
শ্বিলং -
দৰং -
কলং -
[৬] পঢ়াঁ, বুজা আৰু লিখাঁ ঃ
ইহলোক - পৰলোক আশা -
আপোন - সাৰ্থক -
চিনাকি - আদি -
আচল - আদৰ -
উন্নতি - শুৱলা -
দেশ - ত্যাগ -
[৭] তোমালোক শিক্ষাৰ্থীসকলে বিদ্যালয় নানা সভা-সমিতি দেখি আহিছা। অংশগ্ৰহণো কৰিছা এদিন শ্ৰেণীকোঠাৰ ভিতৰতে অথবা এডোখৰ মুকলি ঠাইত শ্ৰেণীৰ শিক্ষাৰ্থীসকলে নিজাববীয়াকৈ এখন সভাৰ আয়োজন কৰাঁ। এই সভাখনৰ মূল বিষয় হ'ব 'অসমৰ থলুৱা বাদ্যযন্ত'। সভাখন কিদৰে পৰিচলনা কৰিবা সেয়া তোমালোকৰ দায়িত্ব। শ্ৰেণী শিক্ষকৰপৰা কিছু পৰামৰ্শ ল'ব পাৰিবা। সভাৰ দিনাখন শ্ৰেণী শিক্ষকে কেৱল দৰ্শকৰ ভূমিকা ল'ব। খুঁটি-নাটিবোৰ পিছত আঙুলীয়াই দিব।
[৮] শুনা আৰু লিখাঁ ঃ
ইতিমধ্যে কেইজনমান মানুহে মঞ্চলৈ দহোটামান ঢোল লৈ আহিল। মঘাই ওজাই ঢোলকেইতাটালৈ এপলক চাই ৰাইজক সম্বোধি ক'বলৈ ধৰিলে, "ৰাইজ, আমি সাধাৰণ লোক। ঢোলটোক আপুন কৰি দুটামান চেও বজাওঁ। ঢোল এটি মহৎ বাদ্য। আমি এই বাদ্যটিত কোব মাৰিলে অনেক ভুল ভ্ৰান্তি হ'ব পাৰে আপোনসৱে আমাৰ দোষ মৰিষণ কৰে যেন।"
Lesson 11
ঢোলৰ যাদুকৰ
〇 অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ
বাপতি-সাহোন = পৈতৃক সম্পত্তি (চন্দ্ৰকান্ত অভিধানত বাপতি- সাহন বুলিহে আছে)
এমা-ডিমা = কুমলীয়া, নিচেই সৰু ( 'আমা-ডিমা'-চন্দকান্ত অভিধান)
পৰলোক = মৃত্যুৰ পিছত জীৱ য'লৈ যায়; পৰকাল
কাছুটি = তিয়নি
উৎকণ্ঠা = অস্থৰিতা, উগুল-থুগুল, ব্যাকুল
উদ্যোক্তা = আয়োজক
মৰিষণ = ক্ষমা কৰা কাৰ্য
বিমোহিত = বিমুগ্ধ, অতিশয় মুগ্ধ
নশ্বৰ = অচিৰস্থায়ী; ক্ষণস্থায়ী
[১] প্ৰথমে কোৱাঁ, আৰু তাৰ পিছত লিখাঁ ঃ
ক) মঘাই ওজাৰ আছল নাম কি?
খ) নঘাই ওজাৰ জন্ম কত, কেতিয়া হৈছিল?
গ) মঘাই ওজাই সৰুতে কিয় ৰাতিহে ঢোল সিকিছিল?
ঘ) সভাত মঘাই ওজাই একেলগে কেইতা ঢোল বজাইছিল আৰু আটাইকেইটা ঢোল তেওঁ কিদৰে বজাইছিল?
ঙ) সভাত মঘাই ওজাই ঢোলত কি কি শব্দ বজাই শুনাইছিল?
চ) মঘাই ওজাৰ কেতিয়া মৃত্যু হয়?
[২]
ক) পাঠটিত থকা শভাখনৰ বৰ্ণনা তোৌমাৰ নিজৰ ভাষাত দিয়াঁ।
খ) মঘাই ওজাৰ ঘৰুৱা অবস্থাৰ এটি বৰ্ণনা দিয়াঁ।
[৩] চমুটোকা লিখাঁ ঃ
মঘাই ওজা, ঢোল, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা, ধুমুহা-বৰষুণ।
[৪]একোটিকৈ বাক্য সাজাঁ ঃ
বাপতি-সাহোন, অভাৱ-অনাটন, উৎকণ্ঠা, বিৰ দি বাট নোপোৱা, ৰজনজনাই, মুখৰ মাত হৰ, নোহোৱা-নোপোজা, মনপৰাশা, বিমুগ্ধ ।
[৫]
ক) পঢ়া, বুজা আৰু লিখাঁ ঃ
ছেও - ক) ঢোলৰ ছেও শুনি নাচনীৰ তত হেৰাল।
গ) মঘাই ওজাৰ ঢোলৰ ছেৱত সকলো বিমোহি
খ) কাকলিয়ে ঢোলৰ ছেৱে ছেৱে নাচিছে।ত হ'ল।
ভাও -
নাও -
গাঁও -
খ) পঢ়াঁ, বুজা আৰু লিখাঁ ঃ
ৰং - ক) তোমাৰ চোলাৰ ৰংটো বৰ ধুনিয়া।
খ) মোৰ হাতত বিভিন্ন ৰঙৰ পেঞ্চিল আছে।
গ) খুৰা বৰ ৰঙিয়াল মানুহ
শ্বিলং -
দৰং -
কলং -
[৬] পঢ়াঁ, বুজা আৰু লিখাঁ ঃ
ইহলোক - পৰলোক আশা -
আপোন - সাৰ্থক -
চিনাকি - আদি -
আচল - আদৰ -
উন্নতি - শুৱলা -
দেশ - ত্যাগ -
[৭] তোমালোক শিক্ষাৰ্থীসকলে বিদ্যালয় নানা সভা-সমিতি দেখি আহিছা। অংশগ্ৰহণো কৰিছা এদিন শ্ৰেণীকোঠাৰ ভিতৰতে অথবা এডোখৰ মুকলি ঠাইত শ্ৰেণীৰ শিক্ষাৰ্থীসকলে নিজাববীয়াকৈ এখন সভাৰ আয়োজন কৰাঁ। এই সভাখনৰ মূল বিষয় হ'ব 'অসমৰ থলুৱা বাদ্যযন্ত'। সভাখন কিদৰে পৰিচলনা কৰিবা সেয়া তোমালোকৰ দায়িত্ব। শ্ৰেণী শিক্ষকৰপৰা কিছু পৰামৰ্শ ল'ব পাৰিবা। সভাৰ দিনাখন শ্ৰেণী শিক্ষকে কেৱল দৰ্শকৰ ভূমিকা ল'ব। খুঁটি-নাটিবোৰ পিছত আঙুলীয়াই দিব।
[৮] শুনা আৰু লিখাঁ ঃ
ইতিমধ্যে কেইজনমান মানুহে মঞ্চলৈ দহোটামান ঢোল লৈ আহিল। মঘাই ওজাই ঢোলকেইতাটালৈ এপলক চাই ৰাইজক সম্বোধি ক'বলৈ ধৰিলে, "ৰাইজ, আমি সাধাৰণ লোক। ঢোলটোক আপুন কৰি দুটামান চেও বজাওঁ। ঢোল এটি মহৎ বাদ্য। আমি এই বাদ্যটিত কোব মাৰিলে অনেক ভুল ভ্ৰান্তি হ'ব পাৰে আপোনসৱে আমাৰ দোষ মৰিষণ কৰে যেন।"
Lesson 13
সন্ধিয়া
〇 অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ ঃ
বিভোল = আপোন পাহৰা
জোউতি = পোহৰ
মৃণাল = পদুমফুলৰ ঠাৰি
ৰাও = চিঞৰ
সুবাস = সুগন্ধ
[১] বুজা আৰু লিখাঁ ঃ
পশ্চিম + আকাশ = পশ্চিমআকাশ।
নীল + আকাশ =
সিংহ + আসন =
গ্ৰন্থ + আগাৰ =
ৰস + আগাৰ =
পূৱ + আকাশ =
[২] কবিতাটো পঢ়ি তাৰ আধাৰত সন্ধিয়াৰ সময়খিনিৰ বৰ্ণনা দিয়াঁ।
[৩]
বাটেৰে গৈ থকা মানুহ = বাটৰুৱা
হাটলৈ যোৱা মানুহ =
পথেৰে গৈ থকা মানুহ =
ভাগৰত কাতৰ যি =
[৪] তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখাঁ ঃ
ক) গৰখীয়া ল'ৰাবোৰ কেতিয়া গৰমুৱা হ'ল?
খ) গোলাপৰ কলিটিয়ে কিয় নাচিবলৈ ধৰিলে?
গ) ডবা-শংখৰ ধ্বনি ক'ৰপৰা বিয়পিছে?
[৫] কবিতাটোৰ জৰিয়তে সন্দিয়াৰ ছবিখন বৰ সুন্দৰভাবৱে প্ৰকাশ পাইছে। এনেদৰে ৰাতিপুৱাৰ সময়খিনিক লৈ এটা কবিতা লিখিবলৈ চেষ্টা কৰাঁ।
[৬] সন্ধিয়া সময়ত তুমি নিজে আৰু তোমাৰ পৰিয়ালৰ লোকে কি কি কৰা?
[৭] তলত দিয়া শব্দকেইটিৰে একোটিকৈ বাক্য ৰচনা কৰাঁ ঃ
ঘৰমুৱা, ৰঙতে বিভোল, দিহা-দিহি, ধীৰে-ধীৰে, বিয়পিল।
Lesson 14
পুৰণি অসমীয়া বস্ত
〇 অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ ঃ
পাকৈত = পাৰ্গত, কামত নিপুণ
কবচ কাপোৰ = যুদ্ধত শত্ৰুৰ অস্থৰ আঘাতৰ পৰা ৰক্ষা পাবলৈ পিন্ধা কাপোৰ
আপুৰুগীয়া = আটকীয়া; দুৰ্লভ
[১] প্ৰথমে কোৱাঁ, আৰু তাৰ পিছত লিখাঁ ঃ
ক) অতীতত অসমীয়া শিপিনীসকলে সূতাত ৰং কৰিবৰ কাৰণে কিহৰপৰা ৰং তৈয়াৰ কৰিছিল?
খ) মহাত্মা গান্ধীয়ে অসমীয়া শিপিনীৰ বিষয় দিয়া মন্তব্যটো বৰ্ণনা কৰাঁ ।
গ) 'বৃন্দাৱনী বস্ত্ৰ'খন কোন ঠাইত বনোৱা হৈছিল?
ঘ) অসমৰ বিষয় বিবৰণি থকা চিহাবুদ্দিন তচালিছৰ গন্থখনৰ নাম কি?
ঙ) বৃন্দাবনী বস্ত্ৰখন তৈয়াৰ কৰাৰ আঁৰৰ কতাহিনীটো বৰ্ণা কৰাঁ।
চ) শংকৰদেৱ মাধৱদেৱক 'বঢ়াৰ পো' বুলি মাতিবলৈ লোৱাৰ কাৰণ কি?
ছ) বৰপেটা থানৰ সৃষ্টি কেনেকৈ হ'ল লিখাঁ।
জ) বৃন্দাবনী বস্ত্ৰখনৰ বিষয়বস্তু কেনেধৰণৰ?
ঝ) বৃন্দাবনী বস্ত্ৰখন ক'ত ক'ত কেনেদৰে সংৰক্ষিত হৈছিল লিখাঁ।
[২] তলত দিয়া শব্দবোৰৰ অৰ্থ লিখাঁ ঃ
উৎপাদন, সিদ্ধান্ত, তদাৰক, খোদিত, সমাদৰ।
[৩] বাক্য ৰচনা কৰাঁ ঃ
তবধ, পাকৈত, সাষ্টাংগে, কৰ্মতৎপৰাতা, সংৰক্ষণ।
[৪] তচলত দিয়া শব্দবোৰত যুক্ত হৈ থকা স্বৰ আৰু ব্যঞ্জনবোৰ ভাগ কৰি দেখুওৱাঁ ঃ
প্ৰয়োজনীয়, চিহাবুদ্দিন, শংকৰদেৱ, বনাগ্নিপান।
[৫] অৰ্থ বুজি লৈ তলৰ শব্দকেইতাৰ খালি ঠাই পূৰ কৰাঁ ঃ
প্ৰচাৰ, পৰ্বতন, আৱিষ্কাৰ, উদ্ভাৱন, ধৰ্মপ্ৰচাৰক, ধৰ্মপ্ৰৱতক, আৱিষ্কাৰক, উদ্ভাৱক।
ক) হজৰত মহম্মদে ইছলাম ধৰ্ম কৰিছিল। তেওঁ আছিল
।
খ) শংকৰদেৱ বৈষ্ণৱ ধৰ্ম কৰিছিল। তেওঁ আছিল ।
গ) নিউটনে মাধ্যকৰ্ষণ শক্তিৰ কৰিছিল। তেওঁ আছিল
।
ঘ) গুৰুপ্ৰসাদ দাসে ভেকুৱাম ব্ৰেক কৰিছিল। তেওঁ আছিল
।
[৬] বয়ন শিল্প অসমৰ এক অন্যতম কুটিৰ শিল্প। অসমৰ আন এতা কুটিৰ শিল্পৰ বিষয় লিখাঁ ঃ (কুটিৰ শিল্প কি শিক্ষকৰ পৰা ভালদৰে জানি ল'বা।)
Lesson 15
অভীকৰ অসুখ
〇অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ ঃ
নিয়মানুৱৰ্তিতা = বন্ধা নিয়ম মানি চলা কাৰ্য বা আচৰণ
পৰিপাট্য় = পৰিপাটি গুণ, সুশৃঙ্খলতা
ভেঁজা = ভৰ, হেঁচা
পোনাছাটেই = একে কোবেই
লাঘৱ = পাতল কৰা কাৰ্য, হ্ৰাস
গত্যন্তৰ = উপায়ন্তৰ, অন্য উপায়
[১] প্ৰথমে কোৱাঁ, আৰু তাৰ পিছত লিখাঁ ঃ
ক) কি ভাবিলে অভিকৰ মূৰটো গৰম হয়?
খ) অভীকৰ খবৰ ল'বলৈ কোন আহিছিল আৰু সি কি খবৰ দিছিল?
গ) অভীকৰ শ্ৰেণী শিক্ষকজনৰ নাম কি? তেওঁ কি কথাত সদায় জোৰ দিয়ে?
ঘ) শ্ৰেণীকোঠাত সোমায়েই অভীকৰ শিক্ষকজনে প্ৰথমে কি কৰে?
ঙ) ৰাজহাড় পোন কৰি খোজ কঢ়া, থিয় হোৱা, বহা আদি কাম কৰিব লাগে?
চ) শৰীৰটো পোন হৈ আছে নে নাই াৰু বঢ়োতে ৰাজহাড় পোন হৈ আছে নে নাই তাক কিদৰে প্ৰমাণ কৰিব পাৰি?
ছ) কোনবোৰ মানুহ কুজা হোৱাৰ ভয় থাকে?
জ) "শাৰীৰিক ব্যায়ামে আমাৰ শৰীৰ আৰু মন উৎফুল্ল কৰি ৰাখে।"-বুজাই লিখাঁ।
[২] বাক্য সাজা ঃ
নিয়মানুৱৰ্তিতা, চিৰংকৈ, উদ্ভৱ, জীৱন-নিৰ্বাহ, লাঘৱ, সঁচাৰ-কাঠি।
[৩] তলৰ বাক্যবোৰ শুধৰাই পুনৰ লিখাঁ ঃ
ক) প্ৰদীপে স্কুল যোৱা নাই।
খ) তুমি কেইতা বজাত শুই উঠা?
গ) তোমাৰ মাই কি কৰিছে?
ঘ) তোৰ দেউতা এজন ভাল মানুহ।
ঙ) যোনে পোন হৈ খোজ নাকাঢ়ে, তেওঁৰ কুঁজা হোৱাৰ ভয় থাকে।
চ) আঢ়ৈটা বজাত আমাৰ স্কুল ছুটী হয়।
[৪]শুনা আৰু লিখাঁ ঃ
সি দেখোন কথাটো ৰিপুঞ্জয় দাদাককে সুধি ল'ব পাৰে। ৰিপুঞ্জয় দাদাক তাৰ মোমায়েকৰ ল'ৰা। বৰ্তমান চিকিৎসাবিঞ্জানৰ ছাত্ৰ। আজি ৰাতি তেওঁ সিহঁতৰ ঘৰলৈ ভাত খাবলৈ অহা কথা।
Lesson 16
পেঁপা
〇 অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ ঃ
পথৰুৱা = পথাৰত উৎপন্ন হোৱা
ভোল = মোহিত, বিস্মৃত, আপোন পাহৰা
[১] প্ৰথমে কোৱাঁ, আৰু তাৰ পিছত লিখাঁ
ক) পথাৰৰপৰা কি কামতক সশুনা গৈছিল?
খ) গৰুজাক কোন বাটেদি আহিছিল?
গ) পেঁপাটিয়ে কি কথা কয়?
[২] 'পেঁপা' এবিধ থলুৱা বাদ্য। তুমি জনা অইন কেইবিধমান বাদ্যৰ নাম লিখাঁচোন।
[৩] বুজা আৰু লিখাঁ
যিয়ে গৰু ৰাখে = গৰখীয়া
যিয়ে মাছ মাৰে =
যিয়ে নাও চলায় =
যিয়ে ঢোল বজায় =
যিয়ে খোল বজায় =
[৪] 'পেঁপা' কবিতাটো গদ্য ৰূপত লিখাঁ।
[৫] বাক্য ৰচনা কৰাঁ ঃ
কুলি, বিহু, নাচনী, গৰখীয়া, পথাৰ, ফুলনী।
[৬] তলৰ বিষয় দুটা লৈ কেইটিমানকৈ বাক্য লিখিবলৈ যত্ন কৰাঁ ঃ
বাঁহী, বাটৰুৱা।
[৭] বুজা আৰু লিখাঁ ঃ
নাম বুজোৱা পদ নাম বুজোৱা পদ
সলনি ব্যৱহাৰ
হোৱা পদ
ৰাম সি / তেওঁ
গীতা
ৰামহঁত
ককাদেউতা
আইতা
বাটৰুৱা
গৰখীয়া
[৮] তলৰ অব্যয় পদবোৰ ব্যৱহাৰ কৰি বীক্য সাজা
তথাপি ঃ
কিন্ত ঃ
নাইবা ঃ
অথবা ঃ
অথচ ঃ
প্ৰায় ঃ
অতি ঃ
নিচিনা ঃ
ছিঃ ঃ
ঐ ঃ
কিয়নো ঃ
সৈতে ঃ
কেৱল ঃ
অৱশ্যে ঃ
নিশ্চয় ঃ
Lesson 17
ভঠেলি
੦ অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ ঃ
চ'ৰাঘৰ = বাহিৰৰ বহা ঘৰ, আলহীৰ কথা-বতৰা পতা ঘৰ
গইনা = আশ্ৰয়, আলম
সমাদৰ = বিশেষ আদৰ, সন্মান
লোকে-লোকাৰণ্য = মানুহেৰে ভৰি পৰা
উত্ৰাৱল = অস্থিৰ, চঞ্চল
আচ্ছন্ন = আবৃত, ঢাক খাই থকা
[১] প্ৰথমে কোৱাঁ, আৰু তাৰ পিছত লিখাঁ ঃ
ক) বিদুৎ আৰু প্ৰদুৎৰ ঘৰ ক'ত ক'ত আছিল?
খ) কোন অঞ্চলৰ মানুহে পালন কৰা লোক উৎসৱ?
গ) ভঠেলি উৎসৱত বাঁহডাল কিয় ৰং-বিৰঙৰ ধুনীয়া কাপোৰেৰে সজাইছিল?
ঘ) ভঠেলি খোলত পাৰ প্ৰতিষ্ঠা কৰা মানে কি?
ঙ) ভঠেলি ঘৰত কি কি কৰা হয়?
চ) ভঠেলি উৎসৱৰ সামৰণি মৰা হয় কোনেকৈ?
[২] ভঠেলি এটি লোক-উৎসৱ। তোমলোকে লোক উৎসৱ বুলিলে কি বুজা? তোমালোকৰ নিজ অঞ্চলত লোক-উৎসৱৰ প্ৰচলন আছে নেকি? লোক উৎসৱসমূহৰ এখনি তালিকা কৰাঁ।
[৩] বুজা আৰু লিখাঁ ঃ
গাওঁ = গাৱলীয়া
নগৰ =
পাহাৰ =
পৰ্বত =
বন =
[৪] ভাবা আৰু লিখাঁ ঃ
ক) উৎসৱসমূহে মানুহৰ মাজত কেনেদৰে মিলনৰ সেতু গঢ়ে?
খ) সমাজত উৎসৱৰ হ'ল কি হ'লহেঁতেন?
[৫] বাক্য ৰচনা কৰাঁ ঃ
লোকে-লোকাৰণ্য, আলহী-অতীথি, দোকান-পোহৰ, ৰং-ধেমালি, জানি-বুজি।
[৬] উদাহৰণটো চাই বাকীকেইটা নিজে কৰাঁ ঃ
মাছ + টো = মাছটো
গাঁও + খন =
ফুল + জোপা =
বাঁহ + ডাল =
চুলি + কোছা =
[৭] চমুটোকা লিখাঁ ঃ
ফাকুৱা, কৰম পৰব, আলি-আই-লৃগাং।
[৮] কাষৰ বাকচত থকা শব্দবোৰৰপৰা উপযুক্ত শব্দটো ব্যৱহাৰ কৰি খালী ঠাই পূৰ কৰাঁ ঃ
বাহ, হাত, ম'হ, বাঁহ, হাট, মহ।
ক)আমাৰ ঘৰৰ আগফালে থকা বকুলজোপাত এটা চৰাইৰ আছে।
খ) আমাৰ ঘৰৰ পাছফালে এজোপা ভলুকা আছে।
গ) মোক কামুৰি দমলা-দমলি কৰিলে।
ঘ) পথাৰত জাক চৰি আছে।
ঙ) দেওবাৰে আমাৰ ঘৰৰ ওচৰত বহে।
চ) আমাৰ এখন ত পাঁচোটাকৈ আঙুলি থাকে।
[৯] কোনে কৈছিল, কাক কৈছিল আৰু কি প্ৰসংগত কৈছিল ঃ
ক) "এতিয়াই সকলোবোৰ জানি ল'লে উৎসৱৰ দিনা ন-কৈ কি চাবা? এতিয়া ব'লা, আমি কেৰম খেলোঁগৈ।"
খ) "দুয়োটা পাৰ সমানকৈ নোপোতে। উখ পাৰতো মতা বা দৰাপাী আৰু চাপৰ পাৰতো মাইকী বা কন্যা পাৰ।"
গ) "অসেয়া ভঠেলি ভাঙিছে। এতিয়া পাৰকেইতাও উঠাই লৈ যাব। ব'লা আমিও যাওঁ।"
Lesson 18
সোণতকৈও মূল্যৱান
〇 অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ ঃ
খাটাংকৈ = সম্পূৰ্ণৰূপে নিশ্চিত, পিছত লৰচৰ হ'বৰ সম্ভাৱনা নথকা
প্ৰত্যাহ্বান = বাধা
আহৰণ = গোটাই অনা কাৰ্য, সংগ্ৰহ
সন্ধান = শুংসূত্ৰ, উৱাদিহ
[১] প্ৰথমে কোৱাঁ, আৰুূ তাৰ পিছত লিখাঁ ঃ
ক) খাৰুৱা তেলক কিয় 'পনীয়া সোণ' বুলি কোৱা হয়?
খ) ক'ত আৰু কেনেদৰে খাৰুৱা তেলৰ উৎপত্তি হয় লিখাঁ।
গ) কেনেধৰনৰ অঞ্চলৰপৰা খাৰুৱা তেল আহৰণ কৰিব পাৰি?
ঘ) খাৰুৱা তেল আহৰণৰ কাৰণে কেনেধৰণৰ কৌশল অৱলম্বন কৰা হয় বুজাই লিখাঁ।
ঙ) খাৰুৱা তেলৰপৰা কি কি বস্তু উৎপাদন কৰিব পাৰি?
চ) ডিগবৈ তৈলক্ষেত্ৰৰ আৱিসষ্কাৰ কেতিয়া, কেনেদৰে হৈছিল?
ছ) কুপ কি?
জ) খনন কাৰ্যত ব্যৱহৃত সঁজুলিসমূহক একেলগে কি বুলি জনা যায়?
ঝ) ভাৰতৰ প্ৰথম আদুনিক তেল শোধনাগাৰটো ক'ত আছে?
[২] ক-অংশৰ লগত খ-অংশ মিলাই লিখাঁ ঃ
ক-অংশ খ-অংশ
উৎপত্তি স্থল তেল উৎপন্ন হোৱা ক্ষেত্ৰ
প্ৰাকৃতিক সম্পদ পৃথিৱীৰ অন্তৰ্ভাগ
তৈলক্ষেত্ৰ তৈল ভাণ্ডাৰবোৰত সৃষ্টি হোৱা গেছ
প্ৰাকৃতিক গেছ কোনো বস্তুৰ উৎপন্ন হোৱা ঠাই
ভূগৰ্ভ প্ৰকৃতিৰপৰা পোৱা সম্পদ
[৩] উদাহৰণত দেখুৱাৰ দৰে আন শব্দ গঠন কৰাঁ ঃ
সাগৰ = সাগৰীয়
নাটক =
স্বৰ্গ =
নৰক =
বিভাগ =
[৪] বিপৰীত অৰ্থবোধক শব্দ লিখাঁ ঃ
মৃত, নতুন, উন্নত, স্পষ্ট, সহজ, বৃহৎ, ব্যৱহাৰ, নিৰাপদ, বুদ্ধি।
[৫] একে অৰ্থবোধক শব্দ লিখাঁ ঃ
বিন্ধা, উৎপন্ন, কৌশল, চহকী, শোধন, ভাণ্ডাৰ।
[৬] নিজকে এবিধ প্ৰাকৃতিক সম্পদৰ ৰূপত কল্পনা কৰি এখন ৰচনা লিখাঁ।
Lesson 19
নিয়ৰ
⚫অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ ঃ
পাহি = ফুলৰ সৰু পাপৰি
ফটিক = স্বচ্ছ; পৰিষ্কাৰ
শোভে = শোভাযুক্ত হয়
হেঙুলি = ৰঙচোৱা
[১] প্ৰথমে কোৱাঁ, তাৰ পিছত লিখাঁ ঃ
ক) মুকুতা মণিটি ক'ত জিলিকে?
খ) নিয়ৰে হিয়াত কি সাঁচি থৈছে বুলি কবিয়ে কৈছে?
গ) কিহৰ কলিৰে ফুলজুপিৰ শোভা বাঢ়ে?
ঘ) 'নিয়ৰ'ৰ দৰে প্ৰকৃতিৰ আন কিছুমান বস্তুৰ নাম উল্লেখ কৰাঁ।
[২] ক-অংশৰ লগত খ-অংশ মিলোৱাঁ ঃ
খ-অংশ খ-অংশ
টোপনি - পুষ্প
পানি - নৃত্য
ফুল - দিবাকৰ
কথা - নিদ্ৰা
নাচ - বচন
বেলি - জল
[৩] বাক্য ৰচনা কৰাঁ ঃ
নিজম, মুকুতা, কঁহুৱা, সৰিয়হ, খাগৰি, ইকাৰ।
[৪] চমুটোকা লিখাঁ ঃ
চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা।
[৫] 'নিয়ৰ' কবিতাটোৰ দৰে অইন কিছুমান কবিতা সংগ্ৰহ কৰাঁ।
[৬] গদ্য ৰূপত লিখাঁ।
ভাল পাওঁ আকাশৰ মেঘৰ ধেমালি
বেলিৰ লগত থাকি লুকা-ভাকু খেলি
ভাল পাওঁ পথাৰৰ ৰং সেউজীয়া
ধাননি কঁপাই বোৱা বতাহ বলিয়া।
[৭] কবিতাটো সম্পূৰ্ণকৈ মুখস্থ কৰি আবৃত্তি কৰাঁ।
Lesson 20
উৰুকাৰ ৰাতি
〇 অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ
আমেজ = আনন্দ
বাঁহনি = বাঁহগছৰ বাৰী
ঢাপলি মেলা = বেগেৰে যোৱা কাৰ্য
কাঠনি = ডাঙৰ ডাঙৰ থকা হাবি
সম্ভাষণ = আদৰণি; আগ্ৰহেৰে কৰা মাত
নৰা = দাই
[১] প্ৰথমে কোৱাঁ, তাৰ পিছত লিখাঁ ঃ
ক) সৌৰভৰ বৰদেউতাক আৰু পেহীয়েক কত থাকে?
খ) সৌৰভ পেহীয়েকৰ ঘৰলৈ কিয় আহিছে?
গ) কণদাদাকহঁতে ক'ৰপৰা আৰু কিয় কাঠ কাতিছিল?
ঘ) কণদাদাকহঁতে নৰা কিয় কাতিছিল?
ঙ) কণদাদাকহঁতে কিদৰে মেজি সাজিছিল?
চ) খেৰৰ মেজি কিদৰে সাজে?
ছ) মেজি জ্বলোৱা প্ৰথাটো তোমাৰ পাঠৰ আলমত লিখাঁ।
[২] কোনে, কাক, কিয় কৈছিল ঃ
ক) "কাটিম অ'। আমাৰ চুবুৰীটোৰ আটায়ে মিলিহে উৰুকাটো পাতিম।"
খ) "বুজিলোঁ! বুজিলো! বাঃ বাঃ কেনে মজা লাগিব।"
গ) "অ', আমি খেৰৰ মেজি নাসাজোঁ।"
[৩] সৌৰভহঁতৰ উৰুকাৰ ৰাতিৰ আয়োজন কিদৰে চলিছিল তোমাৰ তোমাৰ নিজৰ কথাৰে লিখাঁ।
[৪] বাক্য সাজাঁ ঃ
সহজ-সৰল, ঢাীপলি মেল, নঙলামুখ, ভোজ-ভাত, বয়োজ্যেষ্ঠ।
[৫]তোমালোকে নিজ নিজ ঠাইত উৰুকা কিদৰে পালন কৰা সেই বিষয় বৰ্ণনা কৰি লিখাঁ।