COMPUTER LEARNING CENTRE,

KAMPUR COLLEGE, KAMPUR



Welcome to our computer courses at Computer Learning Center, Kampur College, Kampur. This computer program has been started as a skill development center. This computer program has been organised by Kampur College, Kampur in collaboration with Vocational Training Institute, Kampur.

We are currently providing three computer courses in our institution. These are -


1. Certificate in Computer Application (CCA),

(Three month course)


2. Diploma in Computer Application ( DCA),

(Six month course)


3. Advance Diploma in Computer Application (ADCA) and

(One year course)


4. Tally Certificate Course.

(Six month course)

Our computer center is open from 8:30 AM to 4:30 PM.


কম্পিউটাৰ লাৰ্ণিং চেন্টাৰ, কামপুৰ মহাবিদ্যালয়, কামপুৰৰ দ্বাৰা পৰিচালিত কম্পিউটাৰ পাঠ্যক্ৰমলৈ আপোনাক স্বাগতম জনাইছোঁ l এই প্ৰশিক্ষণ কেন্দ্ৰটো এক দক্ষতা বিকাশ কেন্দ্ৰৰূপে আৰম্ভ কৰা হৈছে। উক্ত কেন্দ্ৰটো কামপুৰ মহাবিদ্যালয় আৰু ভকেশ্বনেল ট্ৰেইনিং ইনষ্টিটিউট ( কামপুৰ) ৰ যুটীয়া উদ্যোগত স্থাপন কৰা হৈছে।


বৰ্তমান আমাৰ এই কেন্দ্ৰত তিনি প্ৰকাৰৰ কম্পিউটাৰ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হৈছে । সেয়া হৈছে -


১. চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেচন

( তিনি মহীয়া পাঠ্যক্রম )


২. ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন

( ছয়মহীয়া পাঠ্যক্রম )


৩. এডভান্স ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন

( এবছৰীয়া পাঠ্যক্রম )


৪. টেলি চাৰ্টিফিকেট কোর্স

( ছয়মহীয়া পাঠ্যক্রম )


আমাৰ কম্পিউটাৰ চেন্টাৰটো ৮:৩০ বজাৰ পৰা ৪:৩০ বজা লৈ খোলা থাকে।


Location of Computer Learning Center, Kampur College, Kampur

কম্পিউটাৰ লাৰ্ণিং চেন্টাৰ, কামপুৰ মহাবিদ্যালয়,

কামপুৰৰ অৱস্থান