বিশেষ জাননী
সঙ্গীত সত্ৰ পৰীক্ষা পৰিষদৰ অধীনৰ সমূহ পৰীক্ষা কেন্দ্ৰত ২০২৩/২৪ বৰ্ষৰ বছৰেকীয়া সত্ৰীয়া সঙ্গীতৰ Written পৰীক্ষা সমুহ 10/08/2025 তাৰিখ দেওবাৰে পাতিবলৈ নিৰ্দেশ দিয়া হৈছে। ৰেজিষ্ট্ৰেচন আৰু এডমিট কাৰ্ড অবিহনে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰিব।
পৰীক্ষা নিয়ন্ত্ৰক
সঙ্গীত সত্ৰ পৰীক্ষা পৰিষদ
নিয়মাৱলী
• ৰাতিপুৱা ৯ বজাৰ আগতে পৰীক্ষা কেন্দ্রত উপস্হিত হ'ৱ লগিব।
• এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেচন কাৰ্ড অবিহনে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰিব।
• বিদ্যালয়ৰ মাৰ্জিত ইউনিফর্ম (Uniform) অবিহনে পৰীক্ষাত বহিৱ নোৱাৰিব।
কেন্দ্ৰ নিয়ন্ত্রক
নিৰঞ্জন বায়ন