সংগীত গায়নৰ সময়ত আমি যি আনন্দ অনুভৱ কৰোঁ, তাৰ কাৰণ হ’ল কুণ্ডলিনীয়ে নৃত্য কৰে। 'তেওঁ' সুখী হৈ পৰে, কাৰণ আপুনি সামুহিকতাৰ আনন্দৰ বাহিৰে আন একোৱেই নিবিচাৰে।